সোণাৰিত টাইপাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি। সোণাৰিত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা। টাইপাৰ কৰ্মীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে।টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপা চৰাইদেউ জিলা সমিতিয়ে হাতত লৈছিল জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচী।প্ৰতিবাদী কাৰ্য্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাত ক্ষোভ প্ৰকাশ সংগঠনটোৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Electoral bond: अरबों रुपये के चुनावी चंदे का राज, SBI ने Supreme Court में दाखिल किया हलफनामा
Electoral bond: अरबों रुपये के चुनावी चंदे का राज, SBI ने Supreme Court में दाखिल किया हलफनामा
বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জাতিক লৈ কৰা মন্তব্যৰ বিৰোধীতাৰে ঢকুৱাখনা থানাত এজাহাৰ ব্লক যুৱ কংগ্ৰেছৰ
বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জাতিক লৈ কৰা মন্তব্যৰ বিৰোধীতাৰে ঢকুৱাখনা থানাত এজাহাৰ...
જિલ્લા વહીવટી તંત્ર દ્વારા સંકલન મિટિંગ યોજાઇ
જિલ્લા વહીવટી તંત્ર દ્વારા દર મહિનાના ત્રીજા શનિવારે મળતી જિલ્લા સંકલન (વ) ફરિયાદ સમિતિની બેઠક...
યુવા સંગઠન પટેલ (કલાલ) જ્ઞાતિ સમાજ દ્વારા આયોજીત ગરબા લાઈવ
યુવા સંગઠન પટેલ (કલાલ) જ્ઞાતિ સમાજ દ્વારા આયોજીત ગરબા લાઈવ
স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ শিৱসাগৰ ই-ৰিক্সা সন্থাৰ উদ্যোগত ৰেলী
স্বাধীনতাৰ ৭৫ সংখ্যক দিৱস উদযাপনত উখল-মাখল দেশ।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে...