শিৱসাগৰৰ নাজিৰা মেকিপুৰ খাপৰা লাইনৰ ৭ নং ৱাৰ্ডত বিবাহিত যুৱকৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা ।

পশুসিং অঞ্চলৰ বজৰং বাউৰীৰ মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে, দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।