অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ দ্বাৰা পৰিচালিত ৩৪তম বৰ্ষৰ বিংশতিতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷খেল উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই,আনহাতে মুখ্য অতিথি হিচাবে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷খেলখন মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু গোৰেশ্বৰ টাউন ক্লাৱৰ মাজত অনুষ্ঠিত হয়৷খেলত মুকালমুৱাই গোৰেশ্বৰক ১-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ী সন্মান লাভ কৰে৷খেলৰ শেষত ক্লাৱৰ সভাপতি ডা°অৰুন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বটাঁ বিতৰণ কৰে৷উল্লেখ্য যে আজিৰ চুড়ান্ত খেল উপভোগ কৰিবলৈ কেইবাজনো অতিথিক আমন্ত্ৰণ জনাই৷খেলৰ মাজতে সাংসদ দিলীপ শইকীয়াই তেওঁৰ প্ৰয়াত পিতৃ তথা শিক্ষক প্ৰবীন চন্দ্ৰ শইকীয়াৰ নামত প্ৰথম পুৰস্কাৰৰ ধন খিনি দিয়াৰ কথা ঘোষণা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হোজাইত অব্যাহত আছে আয়কৰ বিভাগৰ সৰ্ববৃহৎ অভিযান
হোজাইত অব্যাহত আছে আয়কৰ বিভাগৰ সৰ্ববৃহৎ অভিযান।
গোহাটীৰ পৰা অহা দলে চলাই আছে এই অভিযান।
অভিযান...
Holi पर अपने Smartphone और दूसरे गैजेट्स को ऐसे रखें पानी से सेफ, भूलकर भी न करें ये मिस्टेक
Holi पर अपने डिवाइस को पानी और गुलाल से सुरक्षित रखना एक बड़ा टास्क होता है। अगर होली खेलते वक्त...
લલિત વસોયાનો ભાજપમાં વિરોધ શરૂ@Sandesh News
લલિત વસોયાનો ભાજપમાં વિરોધ શરૂ@Sandesh News
महाराणा प्रताप जन्मोत्सव को लेकर बैठक आयोजित, राष्ट्रवादी युवाओं में दिख रहा उत्साह
आगामी 9 जून को वीर शिरोमणि महाराणा प्रताप के जन्मोत्सव कार्यक्रम को लेकर युवाओं में उत्साह चरम पर...
ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাদী খেলুৱৈ সুস্মিতা বড়া আৰু লক্ষ্মী নেৱাৰক সম্বৰ্ধনা
৬ ছেপ্টেম্বৰ২০২২- ১ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ বিহাৰৰ পাতলীপুত্ৰত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক...