বি জে পি কৰ্মীৰ দ্বাৰা ব্যৱসায়িক অপহৰণৰ অভিযোগ সন্দৰ্ভত গোলাঘাট ফৰকাটিংত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ l গুৱাহাটীত এজন ব্যবসায়িক বি জে পি সক্ৰিয় কৰ্মীৰ দ্বাৰা অপহৰণ কৰি ২ কোটি টকা ক্ষতি পুৰণ দাবী কৰা এটা দুৰ্বৃত্ব দলৰ লগত নাম সাঙুৰ খোঁৱা দুজনকৈ বি জে পি জুব মৰ্চাৰ সদস্যৰ ওপৰত অভিযোগ উত্থাপন হোৱা সন্দৰ্ভত সন্দৰ্ভত আজি গোলাঘাট ফৰকাটিংত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই l লগতে আৰক্ষীয়ে উক্ত সন্দৰ্ভত উপযুক্ত তদন্ত কৰি বি জে পি জুব মৰ্চাৰ দুইজন সদস্যক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদান দাবী উত্থাপন কৰে আজি কৃষক নেতা বিদ্যুত শইকীয়াই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गंगापूर : पतिच्या अनैतिक संबंधांना कंटाळून ४० वर्षीय महिलेने विहीरीत उडी घेतली
गंगापूर : पतिच्या अनैतिक संबंधांना कंटाळून ४० वर्षीय महिलेने विहीरीत उडी घेतली
ইজিপ্তত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ উষ্ম আদৰণিত আপ্লুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
🔴ইজিপ্তৰ পৰা অহা লোকসকলে ভাৰতীয় সাজ-পোছাক
🔴ইজিপ্তত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ উষ্ম আদৰণিত আপ্লুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
🔴ইজিপ্তৰ...
Nuh Hinsa Latest Updates: CM Manohar Lal Khattar बोले- पुलिस हर आदमी की सुरक्षा नहीं कर सकती | News
Nuh Hinsa Latest Updates: CM Manohar Lal Khattar बोले- पुलिस हर आदमी की सुरक्षा नहीं कर सकती | News