বঙাইগাঁও ১৬ অক্টোবৰঃ--অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল বঙাইগাঁওত উপস্থিতহয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পঞ্জাৱ নেশ্যনেল বেংকৰ বঙাইগাঁও শাখাৰ এটি ডিজিটেল ইউনিট উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেশৰ জনসাধাৰণৰ সৱলীকৰনৰ উদ্দেশ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দেশৰ বেংকিংক ব্যৱস্থাত ডিজিটেল পদ্ধতি সংযোজন হোৱাত দেশৰ সকলো শ্ৰেনীৰ জনসাধাৰণ উপকৃত হৱ বুলি উল্লেখ কৰে। আনহাতে বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ সকলোৰ লগত এক বিশেষ সভাত মিলিত হয়। এই সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰাক্তন বঙাইগাঁও জিলা সভাপতি সকলোলৈ এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সমুহ কৰ্মকৰ্তাক আগন্তুক ২০২৪ ত হব লগা লোক সভা নিৰ্বাচনৰ বাবে এতিয়াৰ দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। এই সভাত উপস্থিত থাকে বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰী, জিলা প্ৰভাৰি ব্ৰজ কুমাৰ দাস, বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ উপাধক্ষ্য সুকেন ৰায়, জিলাৰ মৰ্চাৰ সভাপতি সকল, মণ্ডল সভাপতি সকলৰ লগতে দলীয় বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोरान में बिनुप्रभा गोगोई स्मृति फुटबॉल स्पर्धा के आज के खेलों में बिपदाघाट और खोवांग को पुरा अंक ।
मोरान जिला क्रिड़ा संस्था के सौजन्य से स्व. बिनुप्रभा गोगोई स्मृति मोरान अंतर क्लब बी डीभीजन...
પોલીસે રોકડ અને મુદ્દામાલ સાથે ચોરીના બે આરોપીઓને ઝડપી પાડ્યા
સુરેન્દ્રનગર સહિત જિલ્લામાં વધતા જતા ચોરીના બનાવોના પગલે પોલીસ હવે એક્શન મોડમાં આવી છે. જેમાં...
মাহমৰা সমষ্টিৰ ক্ষেত্ৰপাল-দূৰীবাম সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক
মাহমৰা সমষ্টিৰ ক্ষেত্ৰপাল-দূৰীবাম সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক
પાલનપુર સ્વસ્તિક શૈક્ષણિક સંકુલ ખાતે દીપાવલી પર્વને લઈને વિવિધ સ્પર્ધાઓ યોજાઇ…
પાલનપુર સ્વસ્તિક શૈક્ષણિક સંકુલ ખાતે દીપાવલી પર્વને લઈને વિવિધ સ્પર્ધાઓ યોજાઇ…