বঙাইগাঁও ১৬ অক্টোবৰঃ--অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল বঙাইগাঁওত উপস্থিতহয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পঞ্জাৱ নেশ্যনেল বেংকৰ বঙাইগাঁও শাখাৰ এটি ডিজিটেল ইউনিট উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেশৰ জনসাধাৰণৰ সৱলীকৰনৰ উদ্দেশ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দেশৰ বেংকিংক ব্যৱস্থাত ডিজিটেল পদ্ধতি সংযোজন হোৱাত দেশৰ সকলো শ্ৰেনীৰ জনসাধাৰণ উপকৃত হৱ বুলি উল্লেখ কৰে। আনহাতে বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ সকলোৰ লগত এক বিশেষ সভাত মিলিত হয়। এই সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰাক্তন বঙাইগাঁও জিলা সভাপতি সকলোলৈ এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সমুহ কৰ্মকৰ্তাক আগন্তুক ২০২৪ ত হব লগা লোক সভা নিৰ্বাচনৰ বাবে এতিয়াৰ দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। এই সভাত উপস্থিত থাকে বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰী, জিলা প্ৰভাৰি ব্ৰজ কুমাৰ দাস, বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ উপাধক্ষ্য সুকেন ৰায়, জিলাৰ মৰ্চাৰ সভাপতি সকল, মণ্ডল সভাপতি সকলৰ লগতে দলীয় বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રદેશ મહામંત્રી મનોજભાઈ સોરઠીયા પર ભાજપના ગુંડા દ્વારા જીવલેણ હુમલો
પ્રદેશ મહામંત્રી મનોજભાઈ સોરઠીયા પર ભાજપના ગુંડા દ્વારા જીવલેણ હુમલો
राजस्थान अंतर्राष्ट्रीय फिल्म फेस्टिवल (रिफ) का 10 वां संस्करण 27 से जयपुर में
रिफ पेनोरमा में चयनित हुई 25 फिल्म्स रूमा देवी द क्रुसेडर व उस्ताद अनवर खान की डाक्यूमेंट्री का...
चोर अंदर घुसा,,,, बाहर पुलिस पहुची
डिप्टी एसपी की पत्नी को पड़ोस के सुने मकान में चोर की भनक लगी तो फोन किया...
This Drink Helps to Glow Your Skin #shorts
This Drink Helps to Glow Your Skin #shorts
MCN NEWS| वैजापूर पोलिसांच्या कारवाईने वाळूमाफियांना धडकी
MCN NEWS| वैजापूर पोलिसांच्या कारवाईने वाळूमाफियांना धडकी