টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত প্ৰদান কৰা বিভিন্ন সামগ্ৰী আজি টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ তত্বাৱধানত প্ৰায় চাৰিশ পঞ্চাছ গৰাকী হিতাধিকাৰীৰ মাজত আছি বিতৰণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। গেছ ষ্টোভ, প্ৰেচাৰ কুকাৰ আৰু পিঠাগুড়ি খুন্দা মেচিন বিতৰণ কৰি বিধায়ক গৰাকীয়ে ৰাইজলৈ এয়া কাতি বিহুৰ উপহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উক্ত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অ বি চি চৰাইদেউ জিলাৰ চেয়াৰমেন ৰাজেন গগৈ, চাফ্ৰাই জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিষ কোঁৱৰ,ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা আৰু শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Fact Check: गाजा में इजरायली हमले की घटना का Video वायरल, बांग्लादेश में हिंदू बच्चे का बताकर किया जा रहा शेयर
बांग्लादेश राजनीतिक संकट और हिंसा की घटनाओं के बीच सोशल मीडिया पर घायल बच्चे के वीडियो क्लिप को...
कश्मीर में पड़ रही कड़ाके की ठंड एशिया का सबसे बड़ी झील जमने लगी | Jammu -Kashmir | Aaj Tak News
कश्मीर में पड़ रही कड़ाके की ठंड एशिया का सबसे बड़ी झील जमने लगी | Jammu -Kashmir | Aaj Tak News
ડીસા ધાનેરા રોડ પર અકસ્માત એક નું ઘટના સ્થળે મોત.......
ડીસા-ધાનેરા રોડ પર કારચાલકે બાઈકચાલકને અડફેટે લેતા ચાલકનું મોત
ડીસા-ધાનેરા રોડ પર હિટ...