টিংখাঙৰ শলগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত হয় এখন গাঁও সভা। উক্ত গাওঁ সভাত সভাপতিত্ব কৰে শলগুৰি পঞ্চায়তৰ সভানেটি সীমা চাংমাই। এই সভাত দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ''ৰ সৈতে সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰ লগতে প্ৰধানমন্ত্ৰীৰ অভিলাষী আচঁনি হৰ ঘৰ জল ৰ সন্দৰ্ভত আলোচনা কৰোঁ। উক্ত সভাত উন্নয়ন খণ্ডৰ বিষয়া, কৰ্মচাৰী,জন কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী ৰ লগতে স্থানীয় ব্যক্তি সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધર્મી આયોજકને ગરબા મેદાન ફાળવાતા વિવાદ
#buletinindia #gujarat #vadodara
સૂરસાગર ડેરી દ્વારા 10000 તિરંગાનું વિતરણ કરવામાં આવ્યુ
વઢવાણ :સૂરસાગર ડેરી દ્વારા 10000 તિરંગાનું વિતરણ કરવામાં આવ્યું.હર ઘર તિરંગા અભિયાન એ આઝાદી કા...
TATA-BSNL की डील ने उड़ाई Jio-Airtel की नींद! फास्ट Internet का ट्रायल शुरू
देश के सभी प्राइवेट टेलीकॉम कंपनियों ने पिछले महीने अपने टैरिफ प्लान्स की कीमतों में बढ़ोतरी कर...
असम ग्रामीण विकास बैंक के तीन प्रबंधकों समेत चार पर सीबीआई ने कथित धोखाधड़ी का मामला किया दर्ज
नई दिल्ली। केंद्रीय जांच ब्यूरो (सीबीआई) ने असम ग्रामीण विकास बैंक में कार्यरत तीन तत्कालीन...