ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কাৰ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। অসম প্ৰদেশ বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ উপস্থিতিত বুথ সশক্তিকৰণ অভিযান সন্দৰ্ভত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভাখন। উক্ত সভাত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, জ্যেষ্ঠ বিজেপি নেতা তথা এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ লগতে বুথ সশক্তিকৰণ অভিযানৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ দায়িত্বত থকা কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Uttarkashi Tunnel Rescue: सरियों के जाल में फंसा ऑगर मशीन, CM धामी ने बनाया रेस्क्यू का ये प्लान
Uttarkashi Tunnel Rescue: सरियों के जाल में फंसा ऑगर मशीन, CM धामी ने बनाया रेस्क्यू का ये प्लान
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલે ૭૬માં સ્વાતંત્ર્ય પર્વ અવસરે કેરેલી મહત્વ પૂર્ણ જાહેરાતો
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલે ૭૬માં સ્વાતંત્ર્ય પર્વ અવસરે કેરેલી મહત્વ પૂર્ણ જાહેરાતો*
...
ડીસામાં ધારાસભ્યના શુભેચ્છકો ની અનોખી માનતા BANAS LIVE NEWS
ડીસામાં ધારાસભ્યના શુભેચ્છકો ની અનોખી માનતા BANAS LIVE NEWS
শিৱসাগৰৰ বিশিষ্ট নাট্য সংগঠক মুন বৰুৱাৰ দেহাৱসানঃ দল-সংগঠনৰ শোক প্ৰকাশ
শিৱসাগৰঃ শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট নাট্য সংগঠক, সমাজকর্মী, অভিনেতা,...