ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কাৰ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। অসম প্ৰদেশ বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ উপস্থিতিত বুথ সশক্তিকৰণ অভিযান সন্দৰ্ভত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভাখন। উক্ত সভাত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, জ্যেষ্ঠ বিজেপি নেতা তথা এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ লগতে বুথ সশক্তিকৰণ অভিযানৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ দায়িত্বত থকা কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमिनीच्या वादातून भावकीत मारामारी; कुऱ्हाडीने एकमेकांवर हल्ला, गोंदियातील धक्कादायक घटनेचा व्हिडीओ
जमिनीच्या वादातून भावकीत मारामारी; कुऱ्हाडीने एकमेकांवर हल्ला, गोंदियातील धक्कादायक घटनेचा व्हिडीओ
ৰঙাগড়া চাহ বাগিছাৰ কৰ্মৰত শ্ৰমিকৰ ফেক্টৰীত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত আটছাৰ প্ৰতিক্ৰিয়া ।
ৰঙাগড়া চাহ বাগিছাৰ কাৰখানাত কৰ্মৰত অৱস্থাত মেচিনত ভৰি সোমাল দীপক ভূঞা নামৰ এগৰাকী কিশোৰ শ্ৰমিকৰ...
আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰূপী গাড়ী চোৰ
গাড়ী ভাড়ালৈ লৈ যাত্ৰীৰূপী চোৰৰ পলায়ন৷ ধৃত গভাইত গাড়ীচোৰ মেঘালয় নংপুৰ আশীষ বৰা লিণ্ড৷ চতিয়া...
EVM ની જગ્યાએ બેલેટ પેપરથી મતદાન થાય તેના અનુસંધાને ભિલોડા મામલતદાર શ્રીને આવેદન પત્ર આપવામાં આવ્યું
EVM ની જગ્યાએ બેલેટ પેપરથી મતદાન થાય તેના અનુસંધાને ભિલોડા મામલતદાર શ્રીને આવેદન પત્ર આપવામાં આવ્યું