ৰঙিয়া, ২ আগষ্টঃ অহা ২০ আগষ্টৰ পৰা ২০ চেপ্টেম্বৰলৈ ৰূপায়িত হ'বলগীয়া ‘’অৰুণোদয় মাহ’’ উপলক্ষে ৰঙিয়া মহকুমাৰ জৰীপকাৰী গোটৰ সদস্য আৰু তত্ত্বাৱধায়কসকলৰ বাবে আজি প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে। উল্লেখযোগ্য যে দেশৰ ভিতৰতে বৃহত্তম হিতাধিকাৰীলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিৰূপে পৰিগণিত হোৱা 'অৰুণোদয়' আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি লোৱা হৈছে। কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত জলী দাস আৰু ৰঙিয়াৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্যই প্ৰদান কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা এক প্ৰেজেন্টেশ্যনো প্ৰদান কৰাৰ লগতে জৰীপ কাৰ্য চলোৱাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া এপ্লিকেশ্যনৰ প্ৰয়োগ তথা অংশগ্ৰহণকাৰীসকলে মানি চলিবলগীয়া নিয়মাৱলী সম্বন্ধে আলোকপাত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  মৰিগাঁও জিলাৰ CHO সকলক পবিতৰাহাট প্ৰেক্ষাগৃহত প্ৰাথমিক চিকিৎসা শিবিৰ 
 
                      মৰিগাঁও জিলাৰ CHO সকলক পবিতৰাহাট প্ৰেক্ষাগৃহত প্ৰাথমিক চিকিৎসা শিবিৰ
                  
   DWARKA : દ્વારકામાં  આદર્શ હોસ્પિટલના કર્મી પર હુમલો 
 
                      #buletinindia #gujarat #dwarka અમારી યુટ્યુબ ચેનલને લાઈક, શેર અને સબ્સ્ક્રાઇબ કરો અને અમારી GTPL...
                  
   માયા નગરી મુંબઈમાં અંબાજીની ટીમ ભૂદેવ ફાઈટર્સ ફાઇનલ મેચમાં વિજેતા 
 
                      *માયા નગરી મુંબઈ મે અંબાજી ની ટિમ ભૂદેવ ફાઈટર્સ ફાઇનલ મેચ માં વિજેતા.....*
 
   ...
                  
   સુપ્રસિદ્ધિ યાત્રાધામ પાવાગઢ ખાતે ડુંગરની ટોચ પર આવેલ મહાકાળી માતાજીના મંદિર પરિસરમાં અનેક મહાનુભવોની ઉપસ્થિતિમાં સૂર્ય નમસ્કારનો કાર્યક્રમ યોજાયો. 
 
                      સૂર્ય નમસ્કારને વિશ્વસ્તરીય ફલક પર લઈ જવા માટે ગુજરાત રાજ્ય યોગ બોર્ડ અને રમત ગમત, યુવા અને...
                  
   Midcap IT Rally To Continue? | फिलहाल कौन से 2 Sector में नजर आ रहा है बढ़िया Strength? |Anuj Singhal 
 
                      Midcap IT Rally To Continue? | फिलहाल कौन से 2 Sector में नजर आ रहा है बढ़िया Strength? |Anuj Singhal
                  
   
  
  
  
  
   
   
  