ৰঙিয়া, ২ আগষ্টঃ অহা ২০ আগষ্টৰ পৰা ২০ চেপ্টেম্বৰলৈ ৰূপায়িত হ'বলগীয়া ‘’অৰুণোদয় মাহ’’ উপলক্ষে ৰঙিয়া মহকুমাৰ জৰীপকাৰী গোটৰ সদস্য আৰু তত্ত্বাৱধায়কসকলৰ বাবে আজি প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে। উল্লেখযোগ্য যে দেশৰ ভিতৰতে বৃহত্তম হিতাধিকাৰীলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিৰূপে পৰিগণিত হোৱা 'অৰুণোদয়' আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি লোৱা হৈছে। কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত জলী দাস আৰু ৰঙিয়াৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্যই প্ৰদান কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা এক প্ৰেজেন্টেশ্যনো প্ৰদান কৰাৰ লগতে জৰীপ কাৰ্য চলোৱাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া এপ্লিকেশ্যনৰ প্ৰয়োগ তথা অংশগ্ৰহণকাৰীসকলে মানি চলিবলগীয়া নিয়মাৱলী সম্বন্ধে আলোকপাত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગૌમાતાની વેદનાને વાચા આપવા અને પોષણ યોજના લાગુ કરવા સરકાર સામે ગૌભકતો દ્વારા શરૂ કરાયું પોસ્ટર યુધ્ધ
હિન્દુ ધર્મપ્રેમી ગૌભકતો અને સંગઠનો દ્વારા સરકારે જાહેર કરેલ ગૌમાતા માટે ૫૦૦ કરોડની મુખ્યમંત્રી...
બનાસકાંઠા જીલ્લામાં ૧૫ વર્ષ બાદ બિનવારસી વાહનોની જાહેર હરાજીની પ્રશંસનીય કામગીરી કરતી ડીસા ડિવિઝન પોલીસ ..
બનાસકાંઠા જીલ્લામાં ૧૫ વર્ષ બાદ
બિનવારસી વાહનોની જાહેર હરાજીની પ્રશંસનીય કામગીરી કરતી ડીસા...
ಪ್ರೇಮಲತಾ ಅವರ 4 ಎಕರೆ ಜಮೀನನ್ನು ಆರ್. ಪ್ರಭಾಕರ ರೆಡ್ಡಿ ಅವರು ಕಬಳಿಸಿದ್ದಾರೆ ಎಂದು ಎಂ.ಎ.ನಜೀಬ್ ಅವರು ಆರೋಪಿಸಿದರು.
ಪ್ರೇಮಲತಾ ಅವರ 4 ಎಕರೆ ಜಮೀನನ್ನು ಆರ್. ಪ್ರಭಾಕರ ರೆಡ್ಡಿ ಅವರು ಕಬಳಿಸಿದ್ದಾರೆ ಎಂದು ಎಂ.ಎ.ನಜೀಬ್ ಅವರು ಆರೋಪಿಸಿದರು.
মৰানত সহস্ৰাধিক লোকৰ আপত যোগদানকলৈ মৰানৰ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া
মৰান সমষ্ট্ৰিৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিকলোক আহি আপত যোগদান কৰাক লৈ ...