বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আজি ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত এখন সভা অনুষ্ঠিত কৰা হয় । কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰকল্প বিষয়া ডেইজী ৰানী দেৱীয়ে । সভাখনত উপস্থিত মহিলা সকলৰ উদ্দেশ্যি বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আজি ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত এখন সভা অনুষ্ঠিত কৰা হয় । কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰকল্প বিষয়া ডেইজী ৰানী দেৱীয়ে । সভাখনত মাতৃ দুগ্ধৰ উপকাৰীতা সম্পৰ্কে বিস্তৃত ভাবে ব্যাখ্যা কৰা হয় । সভাখনৰ লগত সংগতি ৰাখি এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । প্ৰতিযোগিতা খনত বিজয়ী সকলক সভাৰ অন্তত পুৰস্কাৰ বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটীৰ গণেশপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
🔴গুৱাহাটীৰ গণেশপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
🔴পিংকু দাস নামৰ এজনক শিলেৰে মৰিয়াই মৰিয়াই...
Parliament Winter Session: शुरु होगा संसद का शीतकालीन सत्र, अदाणी विवाद पर हंगामा कर सकता है विपक्ष
Parliament Winter Session: शुरु होगा संसद का शीतकालीन सत्र, अदाणी विवाद पर हंगामा कर सकता है विपक्ष
LIVE - महाराष्ट्र विधानसभा पावसाळी अधिवेशन २०२२ | Maharashtra Vidhansabha Monsoon Session
LIVE - महाराष्ट्र विधानसभा पावसाळी अधिवेशन २०२२ | Maharashtra Vidhansabha Monsoon Session
પાલનપુરના કરજોડા અને પાલનપુર રેલવે સ્ટેશન વચ્ચે અજાણ્યા ઇસમની લાશ મળી
પાલનપુર ના કરજોડા અને પાલનપુર રેલ્વે સ્ટેશન વચ્ચે જયપુર બાંદ્રાઅરાવલી એક્સપ્રેસ ની ચાલુંટ્રેન...