লখিমপুৰত চৰকাৰী চাকৰিৰ পৰা বঞ্চিত প্ৰায় ৬৩ জনকৈ ঠিকাভিত্তিক কৰ্মচাৰী।

নিজৰ ব্যক্তিগত পেড ব্যৱহাৰ কৰি এইসকলক দিছিল নিযুক্তি পত্ৰ।