UPSC আৰু APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এতিয়া আৰু চিন্তাৰ কাৰণ নাই। সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ সোণাৰিতে ল'ব পাৰিব প্ৰশিক্ষণ। সোণাৰিৰ Dream Zone IASয়ে আগবঢ়াইছে পাঁচমহীয়া এটা বিশেষ পাঠ্যক্ৰম। অভিজ্ঞ প্ৰশিক্ষক তথা ইতিমধ্যে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত বিষয়াসকলৰ দ্বাৰা সোণাৰিৰ এলিট একাডেমিত আৰম্ভ কৰা হৈছে এই বিশেষ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানটো অহা ৫ আগষ্ট তাৰিখে আবেলি তিনি বজাত এলিট একাডেমিত আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত ড্ৰীমছ জ'ন আইএএছৰ শিক্ষাৰ্থীসকলৰ লগতে শুভাকাংক্ষী সকলৰ উপস্থিতি কামনা কৰিছে কৰ্তৃপক্ষই। উল্লেখ্য যে, ২০২০ চনতে প্ৰতিষ্ঠা লাভ কৰা Dream Zone IASত বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰা বহু কেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে চৰকাৰী বিভিন্ন বিভাগত যোগদান কৰিবলৈ সক্ষম হৈছে। পাঠ্যক্ৰমৰ সবিশেষ জানিবলৈ 6901505942 / 7002611946 নম্বৰত যোগাযোগ কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેડયાપાડાના કોકમ ગામ નજીક આઇસર ટેમ્પો કોતરમાં પડી જતા સર્જાયો અકસ્માત
દેડયાપાડાના કોકમ ગામ નજીક આઇસર ટેમ્પો કોતરમાં પડી જતા સર્જાયો અકસ્માત
મળતી માહિતી અનુસાર આ...
PM Modi के भाषण में एक घंटे देर से पहुंचे Rahul Gandhi फिर विपक्ष ने वॉकआउट क्यों कर दिया | LT Show
PM Modi के भाषण में एक घंटे देर से पहुंचे Rahul Gandhi फिर विपक्ष ने वॉकआउट क्यों कर दिया | LT Show
সোণাৰিত বহু চৰ্চিত বোলছবি "ব্ৰীজ"ৰ পৰিচালক আৰু মুখ্য অভিনেত্ৰীৰ সৈতে মুখামুখি অনুষ্ঠান সম্পন্ন
সোণাৰিত বহু চৰ্চিত বোলছবি "ব্ৰীজ"ৰ পৰিচালক আৰু মুখ্য অভিনেত্ৰীৰ সৈতে মুখামুখি অনুষ্ঠান সম্পন্ন...
ડીસા ના પરિવાર પર હુમલો કરી લૂંટ ચલાવી..
આબુરોડમા ડીસાના પરિવાર પર હુમલો કરી લૂંટ ચલાવાઈ.....
ધુળેટીના દિવસે પોતાના પરિવાર સાથે...