আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । গোলাঘাট জিলাৰ খুমটাই বিধান পৰিষদৰ উদ্যোগতো উলহ মালহেৰে আঞ্চলিক দলটিৰ প্ৰতিষ্ঠা দিৱস পালন কৰে । খুমটাইৰ ঐতিহাসিক চিনাতলী নাট্য মন্দিৰত বিধান পৰিষদে আয়োজন কৰিছে দিনজাৰা কাৰ্যসূচীৰে ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। একালৰ অগপৰ দুৰ্গখ্যাত খুমটাই সমষ্টিত পুনৰ অগপক সাংগঠনিক দিশত অধিক শক্তিশালী কৰাৰ পণ লৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথমে অসম গণ পৰিষদৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি শ্বহীদ তৰ্পণ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা ৰূপায়ণ কৰে। অসম গণ পৰিষদ দলৰ যি সকল মহান ব্যক্তিৰ প্ৰচেষ্টাত দলটিয়ে ৩৮ বছৰত ভৰি দিলে সেইসকল মহান ব্যক্তিক স্মৰণ কৰি মৃত ব্যক্তি সকলৰ পৰিয়ালক আৰু দলটিৰ জ্যেষ্ঠ কৰ্মী সকলক সম্বৰ্ধনা জনাৱা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত । আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্বাচিত হোৱা অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ কৰ্মী সকলকো অভিনন্দন জ্ঞাপন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মিছলীয়া বিজু : Horticulture ত চৰম দুৰ্নীতি কৰি সাংবাদিকক মিছা মাতিলে বিজুৱে
২০১৮-০১৯ বৰ্ষত অসম চৰকাৰৰ Horticulture & Food Processing বিভাগৰ পৰা ১৫ লাখ টকাৰ আচনিৰ অধিনত...
Maldives China relation: India से विवाद के बीच चीन ने दिया मालदीव को बड़ा भरोसा (BBC Hindi)
Maldives China relation: India से विवाद के बीच चीन ने दिया मालदीव को बड़ा भरोसा (BBC Hindi)
Lok Sabha Speaker News: सदन में PM Narendra Modi ने दिया मंत्रीमंडल का परिचय | Aaj Tak
Lok Sabha Speaker News: सदन में PM Narendra Modi ने दिया मंत्रीमंडल का परिचय | Aaj Tak
PSU Banks Major Fall LIVE | ऊपर से फिसले Sensex-Nifty, ऑटो, मेटल और रियल्टी में बढ़त | Business News
PSU Banks Major Fall LIVE | ऊपर से फिसले Sensex-Nifty, ऑटो, मेटल और रियल्टी में बढ़त | Business News