শনিবাৰে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ৰ সমীপৰ দেউৰী ৰাজহুৱা পুথিভঁৰালত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত পৰিষদৰ নিৰ্বাচনক লৈ বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ৰণনীতি। পৰিষদখনৰ প্ৰতিটো সমষ্টিৰ প্ৰতিজন জনপ্ৰতিনিধি উপস্থিত থাকিবলগীয়া সভাক লৈও এতিয়া দেউৰী ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘મહાકાલ કી થાલી’ની જાહેરાત માટે Zomatoએ માંગી માફી, આપ્યો આ ખુલાસો
ઓનલાઈન ફૂડ ડિલિવરી કંપની Zomatoની એક જાહેરાતને લઈને હોબાળો થયો છે. આ જાહેરાતમાં અભિનેતા રિતિક...
Bihar: अररिया में उद्घाटन से पहले गिरा पुल, 12 करोड़ की लागत से हुआ था तैयार, Video | Aaj Tak
Bihar: अररिया में उद्घाटन से पहले गिरा पुल, 12 करोड़ की लागत से हुआ था तैयार, Video | Aaj Tak
খোৱাং মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা "আজাদী কা অমৃত...