নলবাৰী জিলাৰ বৰভাগৰ এজন যুৱকে কালি মহানগৰীৰ শ্ৰীমন্তপূৰৰ এখন ল’জত বিষাক্ত ইনজেকচন লৈ আত্মহত্যা কৰে৷উল্লেখ্য যে আজি পাপু দাস নামৰ যুৱকজনৰ মৃতদেহ বৰভাগৰ আৰাঙ্গমৌ আহি পোৱাত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷কান্দোনত ভাঙি পৰে ওচৰচুবুৰীয়া তথা আত্মীয় স্বজন৷আৰাঙ্গমৌ গাৱঁৰ পংকজ দাসৰ জ্যেষ্ঠ পুত্ৰ আছিল পাপু দাস৷উল্লেখ্য যে মৃত্যুৰ ২১ দিন পূৰ্বে জি এম চি এইচত আই চি ইউ টেকনিচিয়ান হিচাবে কৰ্মত যোগদান কৰিছিল পাপু দাসে৷জ্যেষ্ঠ কোনো বিষয়াৰ সৈতে হোৱা মনোমালিন্যৰ বাবে বাইশ বছৰীয়া যুৱক জনে চৰম সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে যদিও পৰিয়ালে এই সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ ની ૨૪ જેટલી મહિલા ઉદ્યોગ સાહસિકો એ સુરેન્દ્રનગર શહેરની સિકંદર સીંગ , મેક્સન ફાર્મા અને RIZA ની મુલાકાત લીધી
તા ૧૪/૦૪/૨૩ , શુક્રવાર ના રોજ COWE ( કન્ફેડરેશન ઓફ વુમન ઓન્ત્રેપ્રેન્યોર ) ના ગુજરાત ચેપ્ટર માંથી...
राहुल-खड़गे की आज महाराष्ट्र में रैली:पूर्व मंत्री पतंगराव कदम के स्टैच्यू का इनॉगरेशन करेंगे
कांग्रेस सांसद राहुल गांधी और पार्टी अध्यक्ष मल्लिकार्जुन खड़गे आज महाराष्ट्र का दौरा करेगा। राहुल...