বিশ্বনাথৰ ৰুক্মিণী কিষাণ বৰকটকীৰ সৈতে দেশৰ প্ৰথম গৰাকী নাগৰিক ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৰ আছে এক পুৰণি সৰ্ম্পক। আজি ৰাষ্ট্ৰপতি গৰাকীয়ে সাক্ষাৎ কৰে তেওঁক। ২০০৬ চনত ৰাষ্ট্ৰপতি গৰাকী অসমলৈ আহোঁতে এক সপ্তাহ তেওঁৰ সৈতে ছাঁৰ দৰে আছিল ৰুক্মিণী। কইনাধৰাত ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি ৰুক্মিণীয়ে দিয়ে সেই সময়ৰ কেইখনমান বিশেষ ফটো। ৰাষ্ট্ৰপতি গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Parliament Security Breach: 'वे सभी इंडिया गेट के पास इकट्ठा हुए...',राजस्थान के नीमराना में मिली ललित झा की लोकेशन; पुलिस ने किया खुलासा
Parliament Security Breach। संसद सुरक्षा चूक मामले में फरार चल रहे आरोपी ललित झा की तलाश...
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মজয়ন্তী
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মজয়ন্তী।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত...
विधानसभा चुनाव में 70 प्लस फॉर्मूला लगने पर इस दिगाजों के टिकट पर चल सकती है कैची
हिमाचल विधानसभा चुनाव 2022 ( Himachal Assembly Elections 2022) में अभी भले ही वक्त है, लेकिन मिशन...
বিশ্ব বেংকৰ পুঁজিৰে বৃদ্ধাৱস্থা গ্ৰাম্য দলং পুনৰ নিৰ্মাণ কৰিব অসমত
৪৮ কোটি টকাৰ আনুমানিক ব্যয়ৰ ২১খন দলঙৰ নিবিদা আমন্ত্ৰণ জনাইছে পি ডব্লিউ ডিয়ে
গুৱাহাটীঃ অসমৰ...
ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, ভজন কীৰ্তনেৰে ভক্তিময়।
ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উল্লহ মালহেৰে পালন কৰা হয়।...