বিশ্বনাথৰ ৰুক্মিণী কিষাণ বৰকটকীৰ সৈতে দেশৰ প্ৰথম গৰাকী নাগৰিক ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৰ আছে এক পুৰণি সৰ্ম্পক। আজি ৰাষ্ট্ৰপতি গৰাকীয়ে সাক্ষাৎ কৰে তেওঁক। ২০০৬ চনত ৰাষ্ট্ৰপতি গৰাকী অসমলৈ আহোঁতে এক সপ্তাহ তেওঁৰ সৈতে ছাঁৰ দৰে আছিল ৰুক্মিণী। কইনাধৰাত ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি ৰুক্মিণীয়ে দিয়ে সেই সময়ৰ কেইখনমান বিশেষ ফটো। ৰাষ্ট্ৰপতি গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ আৰক্ষীয়ে আটক কৰিলে মোবাইল চোৰ
মৰাণ আৰক্ষীয়ে আটক কৰিলে মোবাইল চোৰ
How is rabadio jaggery made from sugarcane juice and what are its benefits? રાબડિયો ગોળ ખાવો જોઈએ
How is rabadio jaggery made from sugarcane juice and what are its benefits? રાબડિયો ગોળ ખાવો જોઈએ
यूपी के संभल से सपा सांसद शफीकुर्रहमान बर्क का 95 वर्ष की उम्र में निधन, मुरादाबाद के अस्पताल में ली अंतिम सांस
मुरादाबाद। करीब 57 साल पहले सांसद डा. शफीकुर्रहमान बर्क ने अपने राजनैतिक जीवन की शुरूआत की...