দীঘলা চাপৰি আৰু ঘটাপৰাত ঢকুৱাখনা আবকাৰী বিভাগে অভিযান চলাই ধবংস কৰিলে বৃহৎ পৰিমাণৰ চুলাই ঘাটি।ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অধীনৰ দীঘলা চাপৰি আৰু ঘটাপৰাত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰা অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে ঢকুৱাখনা আবকাৰী বিভাগ আৰু ঢকুৱাখনা আৰক্ষীয়ে অভিযান চলায়।ঢকুৱাখনা আবকাৰীয়ে গাঁও কেইখনত বহুসংখ্যক ঘৰৰ ভিতৰত আৰু হাবিৰ জংঘলৰ মাজত লুকুৱাই ৰখা চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সমূহ উলিয়াই আনি নষ্ট কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
११ सप्टेंबरपर्यंत कलम १४४ चे प्रतिबंधात्मक आदेश लागू
सद्यस्थितीत देशात नुपुर शर्मा यांनी टि.व्ही. डिबेटमध्ये केलेल्या विधानाचे पडसाद उमटत...
નારી શક્તિ પુરસ્કાર-૨૦૨૨ યોજના
તા.૩૧ ઓક્ટોબર,૨૦૨૨ સુધી ઓનલાઈન અરજી કરી શકાશે
અમરેલી તા. ૦૧ સપ્ટેમ્બર,૨૦૨૨ (ગુરુવાર) ભારત સરકારના મહિલા અને બાળ વિકાસ મંત્રાલય દ્વારા નારી...
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী