অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰিয় সম্পাদক পলাশ চাংমাইক গ্ৰেপ্তাৰকলৈ চৰাইদেউত প্ৰতিক্ৰিয়া
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত গুৱাহাটী মহানগৰীত অনুস্থিত কৰা গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতিবাদ থলিৰ পৰা সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে কেইবাজনো বিষয় ববীয়াক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ওপৰত চৰাইদেউৰ গণ অৱস্হান ধৰ্মঘট থলিৰ পৰা সংগঠনটিৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগ বিভাগৰ সম্পাদক চবিৰ আহমেদৰ প্ৰতিক্ৰীয়া।লগতে
অতি সোনকালে মুকলি কৰাৰ দাবি অন্যথা বৃহত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।