দীঘলা চাপৰি আৰু ঘটাপৰাত ঢকুৱাখনা আবকাৰী বিভাগে অভিযান চলাই ধবংস কৰিলে বৃহৎ পৰিমাণৰ চুলাই ঘাটি।ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অধীনৰ দীঘলা চাপৰি আৰু ঘটাপৰাত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰা অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে ঢকুৱাখনা আবকাৰী বিভাগ আৰু ঢকুৱাখনা আৰক্ষীয়ে অভিযান চলায়।ঢকুৱাখনা আবকাৰীয়ে গাঁও কেইখনত বহুসংখ্যক ঘৰৰ ভিতৰত আৰু হাবিৰ জংঘলৰ মাজত লুকুৱাই ৰখা চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সমূহ উলিয়াই আনি নষ্ট কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભર માં અન્નપૂર્ણા ખાતે ગાયત્રી માતાના ઉપાસક દ્વારા સત્સંગ સભા યોજાઈ ભાગ .1.
ભાભર માં અન્નપૂર્ણા ખાતે ગાયત્રી માતાના ઉપાસક દ્વારા સત્સંગ સભા યોજાઈ ભાગ .1.
India Mobile Congress: एरिक्सन का 5जी रोबोटिक डॉग देख लोग बोले-वाह क्या चीज है | Aaj Tak News
India Mobile Congress: एरिक्सन का 5जी रोबोटिक डॉग देख लोग बोले-वाह क्या चीज है | Aaj Tak News
હડાળા ગામે ઉપવાસમાં પડેલા ભારે વરસાદના લીધે સ્થાનિક નદી પર બાંધવામાં આવેલ ચેકડેમ છલકાયો
હડાળા ગામે ઉપવાસમાં પડેલા ભારે વરસાદના લીધે સ્થાનિક નદી પર બાંધવામાં આવેલ ચેકડેમ છલકાયો