টিংখাঙত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ । বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন ৷ আজি পুৱা অহা এজাক বৰষুণ আৰু বতাহ ধুমুহাই টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত ১,নং দেওঘৰীয়া,২ নং দেওঘৰীয়া, চাংমাই গাঁৱৰ বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰে। প্ৰচণ্ড ধুমুহাই বহু লোকৰ ঘৰ,ভড়াল,বাৰী গছ-গছনি, বিদ্যুৎৰ খুটা আদিকৰি বিভিন্ন সামগ্ৰীৰ ক্ষতিসাধন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
झूठे मुकदमे दर्ज करवाकर जनता की आवाज को दबाने की कोशिश, पार्षद गोचर पर मुकदमे के विरोध में कलेक्टर से मिला कांग्रेस प्रतिनिधि मण्डल
बूंदी। पेयजल आपूर्ति को लेकर प्रदर्शन के दौरान गत दिनों देवपुरा क्षेत्र की जनता व जलदाय विभाग के...
খোৱাং আৰক্ষী থানাৰ কৰ্তব্যৰত মহিলা আৰক্ষী কনিষ্টবলৰ স্বৰচিত কবিতা পুথি
খোৱাং আৰক্ষী থানাৰ কৰ্তব্যৰত মহিলা আৰক্ষী কনিষ্টবলৰ স্বৰচিত কবিতা পুথি
બોર્ડર સિક્યોરિટી ફોર્સ 123 બટાલિયન, દાંતીવાડા દ્વારા બોર્ડર ચોકી રાધાનેસડા અને ફ્રી મેડિકલ કેમ્પનું આયોજન કરવામાં આવ્યું હતું.
બોર્ડર સિક્યોરિટી ફોર્સ 123 બટાલિયન, દાંતીવાડા દ્વારા બોર્ડર ચોકી રાધાનેસડા અને ફ્રી મેડિકલ...
Hathras Stampede: पहली बार बाबा के आश्रम के अंदर पहुंचा Aaj Tak भक्तों ने खोला कई राज | GroundReport
Hathras Stampede: पहली बार बाबा के आश्रम के अंदर पहुंचा Aaj Tak भक्तों ने खोला कई राज | GroundReport