আজিৰ খবৰ, গুৱাহাটী, ২ আগষ্ট, ২০২২ : গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মান দুৰত্বৰ সেউজীয়াৰ ৰাণীৰূপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীত মংগলবাৰে অসমৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী অংকুৰ তনয়ৰ নতুন ভিডিঅ' গীত এটি মুকলি কৰা হয় । ৰাণী ৰ বেলগুৰীৰ মনোমহা পাহাৰীয়া সেউজীয়া বনাঞ্চলত দিৱজ্যোতি মহন্ত আৰু অনুষ্কা বৰগোহাই অভিনীত , ত্ৰিয়ন মহন্তৰ সংগীত ব্যৱস্থাপনা , অংকুৰ তনয়ৰ কথা-সুৰৰ "তোমাৰেই নামতেই " শীৰ্ষক ভিডিঅ' গীতটি মুকলি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই । এই মুকলি কাৰ্যসূচীত উপস্থিত থাকে উদীয়মান অভিনেতা ধ্ৰুৱ কাশ্যৱ , স্থানীয় সমাজকৰ্মী পৰাগজ্যোতি দাস , শিক্ষক চবিন চন্দ্ৰ নাথ , ব্যৱসায়ী বাবুল ৰাভা , ৰতন সিংহা কে আদিকৰি ভালেসংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখ্য "শুৱালকুছীৰ ৰ লভিতা" , "বেহেলা বাজে", "জিৰাঙৰে বাগিচা", "ইংলং আমেঞ্চপে নাং" , "মধুমতা" "কলং পাহাৰ" আদি ভালে সংখ্যক গীতত কণ্ঠদান কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অংকুৰ তনয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DEESA // ડીસા વાડી રોડ વિસ્તાર માં ગટરનું નાળું તુટેલી હાલત માં રહેતાં સ્થાનિકો ભારે મુશ્કેલીમાં..
ડીસા વાડીરોડ વિસ્તાર માં ગટરનું નાળું તુટેલી હાલતમાં રહેતાં સ્થાનિકો ભારે મુશ્કેલીમાં મુકાયા.....
દીયોદર તાલુકાના ધનકવાડા પ્રાથમિક શાળાનો મામલો...
દીયોદર તાલુકાના ધનકવાડા પ્રાથમિક શાળાનો મામલો...
पश्चिम रेलवे चलायेगी अहमदाबाद और ओखा के बीच जन्माष्टमी स्पेशल ट्रेन
पश्चिम रेलवे द्वारा यात्रियों की सुविधा को ध्यान में रखते हुए जन्माष्टमी त्योहार के मद्देनजर...
ડીસામાં યુવકની લાશ મળી આવતાં ચકચાર
ડીસામાં કચ્છી કોલોની પાસેથી આજે એક યુવકની લાશ મળી આવી હોવાની ઘટના સામે આવી છે. ઘટનાને પગલે ડીસા...
Budget 2024 Sushil Kedia’s Big & Bold Calls | Global बाजारों में तेजी तेजी का Nifty पर होगा असर?
Budget 2024 Sushil Kedia’s Big & Bold Calls | Global बाजारों में तेजी तेजी का Nifty पर...