আজিৰ খবৰ, গুৱাহাটী, ২ আগষ্ট, ২০২২ : গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মান দুৰত্বৰ সেউজীয়াৰ ৰাণীৰূপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীত মংগলবাৰে অসমৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী অংকুৰ তনয়ৰ নতুন ভিডিঅ' গীত এটি মুকলি কৰা হয় । ৰাণী ৰ বেলগুৰীৰ মনোমহা পাহাৰীয়া সেউজীয়া বনাঞ্চলত দিৱজ্যোতি মহন্ত আৰু অনুষ্কা বৰগোহাই অভিনীত , ত্ৰিয়ন মহন্তৰ সংগীত ব্যৱস্থাপনা , অংকুৰ তনয়ৰ কথা-সুৰৰ "তোমাৰেই নামতেই " শীৰ্ষক ভিডিঅ' গীতটি মুকলি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই । এই মুকলি কাৰ্যসূচীত উপস্থিত থাকে উদীয়মান অভিনেতা ধ্ৰুৱ কাশ্যৱ , স্থানীয় সমাজকৰ্মী পৰাগজ্যোতি দাস , শিক্ষক চবিন চন্দ্ৰ নাথ , ব্যৱসায়ী বাবুল ৰাভা , ৰতন সিংহা কে আদিকৰি ভালেসংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখ্য "শুৱালকুছীৰ ৰ লভিতা" , "বেহেলা বাজে", "জিৰাঙৰে বাগিচা", "ইংলং আমেঞ্চপে নাং" , "মধুমতা" "কলং পাহাৰ" আদি ভালে সংখ্যক গীতত কণ্ঠদান কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অংকুৰ তনয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્મૃતિ ઈરાની ની બીજેપીની સભા રીશાલા ચોક ડીસા
સ્મૃતિ ઈરાની ની બીજેપીની સભા રીશાલા ચોક ડીસા
राजस्थान को मिली 9 केंद्रीय विद्यालय की सौगात, CM भजनलाल ने पीएम मोदी का जताया आभार; जानें कहां-कहां खुलेंगे?
प्रधानमंत्री नरेंद्र मोदी की अध्यक्षता में कैबिनेट समिति ने देशभर में 85 नए केंद्रीय विद्यालय...
IT Sector Out Performance Big Update | Infosys के गिरने की वजह से कौन से Stocks में आएगी तेजी?
IT Sector Out Performance Big Update | Infosys के गिरने की वजह से कौन से Stocks में आएगी तेजी?
4 सितंबर को इन राज्यों में होगी मूसलाधार बारिश मौसम पूर्वानुमान #मौसम #मौसम_खबर
4 सितंबर को इन राज्यों में होगी मूसलाधार बारिश मौसम पूर्वानुमान #मौसम #मौसम_खबर
અમદાવાદઃ ઉમિયાધામમાં અમૃતોત્સવ કાર્યક્રમ ઉજવાયો
દેશની આઝાદીનો 75મો અમૃતોત્સવ કાર્યક્રમ ઉમિયાધામમાં ઉજવાયો હતો. રાષ્ટ્રીય ભાવના અને પર્યાવરણને...