চৰাইদেউ জিলাৰ বৰহাটত চাঞ্চল্যকৰ কাণ্ড। অজ্ঞাত উৎসৰপৰা অহা গুলীৰ আঘাতত আহত হোৱা বুলি অভিযোগ কৰিছে এগৰাকী মহিলাই। বৰহাটৰ পানবাৰী শিলনি নগা গাঁৱত সংঘটিত হৈছে এই ঘটনা। দিনৰ ভাগতে সংঘটিত এই ঘটনাত আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম আৰতী গোৱালা। অভিযোগ অনুসৰি অজ্ঞাত উৎসৰপৰা অহা গুলীয়ে চালৰ টিনপাত ভেদি ঘৰৰ ভিতৰত থকা আৰতী গোৱালাৰ ভৰিত আঘাত কৰে। যাৰ ফলত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয় মহিলা গৰাকী। আনহাতে মহিলা গৰাকীক আঘাত কৰি মাটিত সোমাই যোৱা গুলীটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু ৰহস্যজনক ভাৱে এতিয়াও মৌন হৈ আছে চৰাইদেউ আৰক্ষী। প্ৰকৃততে এয়া গুলী নে আন কিবা সেই কথাও স্পষ্ট কৰা নাই আৰক্ষীয়ে। যদিহে প্ৰকৃততে বন্দুকৰ গুলীয়েই হয় তেনেহলে এই গুলীৰ উৎস সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য পোহৰলৈ অহা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Big Billion Day 2023 में Smartphones पर मिल रहे हैं क्रेजी डील्स, हाथ से जानें न दें ये मौका
Flipkart Big Billion Days 2023 सेल में बेस्ट सेलर स्मार्टफोन ब्रांड्स जैसे Apple Samsung realme...
વિધાનસભા સામાન્ય ચૂંટણી - ૨૦૨૨
"અવસર" અભિયાન અંતર્ગત
"ભૂલતા નહીં" બેનર લગાવી મતદાન જાગૃત્તિ કરવામાં આવી
અમરેલી, તા.૧૩ નવેમ્બર, ૨૦૨૨
(રવિવાર) અમરેલી જિલ્લાના તમામ વિધાનસભા મતવિસ્તારમાં
વધુમાં...
ધારી ગીરના ગામડાઓમાં વરસાદ… ગીરના ગામડાઓમાં જગતના તાત ને હળવો થયો હાશકારો
ધારી ગીરના ગામડાઓમાં વરસાદ… ગીરના ગામડાઓમાં જગતના તાત ને હળવો થયો હાશકારો
સોજીત્રા ચારકુવા ભાગોળ મોટાઅંબા નવરાત્રીમાં ભજન મંડળ ની મોજ
🙏નવરાત્રી માં ભજન મંડળ ની મોજ 🙏
बिजली न मिलने से ग्रामीण परेशान ।कन्नौज उत्तर प्रदेश । समाचार नेशन
बिजली न मिलने से ग्रामीण परेशान ।कन्नौज उत्तर प्रदेश । समाचार नेशन