চৰাইদেউ জিলাৰ বৰহাটত চাঞ্চল্যকৰ কাণ্ড। অজ্ঞাত উৎসৰপৰা অহা গুলীৰ আঘাতত আহত হোৱা বুলি অভিযোগ কৰিছে এগৰাকী মহিলাই। বৰহাটৰ পানবাৰী শিলনি নগা গাঁৱত সংঘটিত হৈছে এই ঘটনা। দিনৰ ভাগতে সংঘটিত এই ঘটনাত আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম আৰতী গোৱালা। অভিযোগ অনুসৰি অজ্ঞাত উৎসৰপৰা অহা গুলীয়ে চালৰ টিনপাত ভেদি ঘৰৰ ভিতৰত থকা আৰতী গোৱালাৰ ভৰিত আঘাত কৰে। যাৰ ফলত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয় মহিলা গৰাকী। আনহাতে মহিলা গৰাকীক আঘাত কৰি মাটিত সোমাই যোৱা গুলীটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু ৰহস্যজনক ভাৱে এতিয়াও মৌন হৈ আছে চৰাইদেউ আৰক্ষী। প্ৰকৃততে এয়া গুলী নে আন কিবা সেই কথাও স্পষ্ট কৰা নাই আৰক্ষীয়ে। যদিহে প্ৰকৃততে বন্দুকৰ গুলীয়েই হয় তেনেহলে এই গুলীৰ উৎস সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য পোহৰলৈ অহা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WhatsApp पर आपका कोई अपना कर रहा कॉल, फोन बिना चेक किए दूर से ही मिल जाएगी जानकारी
मालूम हो कि वॉट्सऐप पर कोई भी दूसरा यूजर आपको कॉल कर सकता है। हालांकि किसी अनजान नंबर से आने वाली...
Kolhapur : पेरणीसाठी गेलेल्या मायलेकराचा विजेच्या तारेला स्पर्श झाल्याने मृत्यू...BPN news network
Kolhapur : पेरणीसाठी गेलेल्या मायलेकराचा विजेच्या तारेला स्पर्श झाल्याने मृत्यू...BPN news network
২৯ সংখ্যক তনু কোঁৱৰ সোঁৱৰণী আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত
২৯ সংখ্যক তনু কোঁৱৰ সোঁৱৰণী আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত
নাজিৰা গড়গাঁও...
ધ્રાંગધ્રામાં શેઠ પરિવારની દીકરીની દીક્ષા અંતર્ગત પૂર્વ કેબીનેટ મંત્રીની હાજરી
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા ખાતે નિવાસી શેઠ પરિવારના કુમારી દેશનાબેન જૈન ધર્મ ભગવાન મહાવીર...