আৱাহন থিয়েটাৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ বিকৃত ৰূপত প্ৰদৰ্শন কৰা কাৰ্যত ব্যথিত-উদ্বিগ্ন জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ৷ ৰূপকোঁৱৰৰ পৰিয়ালে এই কথাত স্বাভাৱিক কাৰণতে দুখ পাইছে আৰু অসমৰ ৰাইজেও আঘাত পাইছে, বেয়া পাইছে বুলি মন্তব্য কৰি এইবোৰ হ’ব নালাগে আৰু এইবোৰ হোৱাৰ ৰাস্তা বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে এইদৰেও কয়– ‘মই থিয়েটাৰখন চোৱা নাই মাত্ৰ দুটা দৃশ্য চাইছোঁ৷ গতিকে কিমান মিল আছে মই নাজানো৷ যদি এডাপটেচন কৰিছে তেতিয়াহ’লে এডাপটেচন কৰিব পাৰে কিন্তু লিখি দিব লাগিব যে মই এইটো ষ্টৰীৰ পৰা এডাপটেচন কৰিছোঁ৷ এইটো বাহিৰত চলে৷ ইণ্ডিয়াতো বহুতে কৰে৷ আমিও কৰিছোঁ৷ আমি মেক্সিম গৰ্কীৰ নাটক আমি এডাপটেচন কৰি কৰিছোঁ৷ কিন্তু তাত এডাপটেচন বুলি লিখিব লাগিব৷ তাত অলপমান সলনি হ’ব পাৰে৷ গোটেই থিয়েটাৰখন নোচোৱাকৈ মোৰ কমেণ্ট দিবলৈ দিগদাৰ হৈ যায়৷ যদি বহুত বস্তু সলনি হৈছে তেতিয়াহ’লে নামটো অলপ সলনি দিব লাগে৷ তেতিয়া একো অসুবিধা নহয় তেতিয়া এডাপটেচনৰ দৰে হৈ যায়৷ ক’বলৈ দিকদাৰ এইবোৰ কথা৷ মই সিদিনাখন প্ৰস্তুতিৰ নিমন্ত্ৰণ ক্ৰমে গৈ মাত্ৰ দুটা দৃশ্য চালোঁ৷ মই আকৌ চাম বাৰু৷ কপী বুলি নকওঁ৷ কপী সকলোতে চলি থাকে৷ এডাপটেচন কৰিলে বা এটা ছীষ্টেমেটিক ৱে’ত গ’লে ভাল, তেতিয়া মানুহে বেয়া নাপায়৷ এতিয়া ৰূপকোঁৱৰৰ পৰিয়ালৰ মানুহে বেয়া পাইছে কথাটো৷ সেইবিলাক হ’ব নালাগে৷ সেইবিলাক কথাত মই দুখ পাইছোঁ...৷’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
எருது ஓட்டும் நிகழ்ச்சி
திண்டுக்கல் மாவட்டம் கவராயப்பட்டி கிராமத்தில் கோவில் திருவிழாவை ஒட்டி நடைபெற்றது. சுமார்...
ડીસા રુરલ પોલીસ સ્ટેશન વિસ્તારમાંથી ભારતીય બનાવટના વિદેશી દારૂ પકડી પાડતી એલ.સી.બી પોલીસ..
ડીસા રુરલ પોલીસ સ્ટેશન વિસ્તારમાંથી મહીન્દ્રા કંપની ની બોલેરો ગાડી નં. GJ.16.AJ.1410 માંથી ગે.કા...
Imported Electric Vehicles पर कस्टम ड्यूटी घटाएगी सरकार? Piyush Goel ने किया Tesla के मैन्युफैक्चरिंग प्लांट का दौरा
दुनिया की सबसे बड़ी इलेक्ट्रिक कार निर्माता Tesla भारतीय बाजार में अपना कारोबार शुरू करना चाहती...
Rahul Gandhi in Lok Sabha: 'अडानी से लेकर Amit Shah तक' राहुल के भाषण से मचा बवाल | Smriti Irani
Rahul Gandhi in Lok Sabha: 'अडानी से लेकर Amit Shah तक' राहुल के भाषण से मचा बवाल | Smriti Irani
World Malaria Day 2024: मलेरिया का वक्त रहते पहचान ही है वरदान, इन लक्षणों से लगाएं इसका पता
मलेरिया की रोकथाम और बचाव के तरीकों के बारे में लोगों को जागरूक करने के लिए हर साल 25 अप्रैल को...