কাজিৰঙাত কেইবাটাও উন্নয়নমূলক কাম পৰিদৰ্শন কৰি অসন্তুষ্টি প্ৰকাশ কৰে PACয়ে। কাজিৰঙাৰ মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত PMAY আচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ এটা বাসগৃহ পৰিদৰ্শন কৰি অসন্তষ্টি প্ৰকাশ কৰাৰ লগতে একেটা পঞ্চায়তৰে অন্তৰ্গত দিৰিং চাৰিআলি পানীযোগান আচনি পৰিদৰ্শন কৰি স্পষ্ট অসন্তুষ্টি প্ৰকাশ কৰে ১১ জনীয়া সঁজাতি দলটোৱে।উল্লেখ্যে যে গোলাঘাট জিলাৰ কাজিৰঙাত বুধবাৰে উপস্থিত হয় বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ ১১ জনীয়া সঁজাতি দলটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माहमारा राजस्व चक्राधिकारी कार्यालय के सौजन्य से हर घर तिरंगा कार्यक्रम के तहत "स्लोगन लेखन स्पर्धा"
माहमारा राजस्व चक्राधिकारी कार्यालय के सौजन्य से हर घर तिरंगा कार्यक्रम के तहत "स्लोगन लेखन स्पर्धा"
News | શંકર ચૌધરીએ અદ્યક્ષ તરીકેનું ફોર્મ ભર્યુ | VR LIVE
News | શંકર ચૌધરીએ અદ્યક્ષ તરીકેનું ફોર્મ ભર્યુ | VR LIVE
ઘોઘા મેમણ મસ્જિદમાં આવેલ હઝરત લવિંગશા પીરના ઉર્ષ શરીફની હર્ષોઉલ્લાસ સાથે ઉજવણી કરવામાં આવી
ઘોઘા મેમણ મસ્જિદમાં આવેલ હઝરત લવિંગશા પીરના ઉર્ષ શરીફની હર્ષોઉલ્લાસ સાથે ઉજવણી કરવામાં આવી
Pidilite Share Downfall Today: स्टॉक का आज हाल हुआ बेहाल, आखिर और कितनी आने वाली है गिरावट?
Pidilite Share Downfall Today: स्टॉक का आज हाल हुआ बेहाल, आखिर और कितनी आने वाली है गिरावट?