কাজিৰঙাত কেইবাটাও উন্নয়নমূলক কাম পৰিদৰ্শন কৰি অসন্তুষ্টি প্ৰকাশ কৰে PACয়ে। কাজিৰঙাৰ মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত PMAY আচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ এটা বাসগৃহ পৰিদৰ্শন কৰি অসন্তষ্টি প্ৰকাশ কৰাৰ লগতে একেটা পঞ্চায়তৰে অন্তৰ্গত দিৰিং চাৰিআলি পানীযোগান আচনি পৰিদৰ্শন কৰি স্পষ্ট অসন্তুষ্টি প্ৰকাশ কৰে ১১ জনীয়া সঁজাতি দলটোৱে।উল্লেখ্যে যে গোলাঘাট জিলাৰ কাজিৰঙাত বুধবাৰে উপস্থিত হয় বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ ১১ জনীয়া সঁজাতি দলটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নুমলীগড়ত বেংকৰ CSP লুণ্ঠন। অভিযোগ বহু দৰিদ্ৰ লোকৰ ধন আত্মসাতৰ। গোলাঘাট জিলা উপায়ুক্তক অভিযোগ ।
নুমলীগড়ত বেংকৰ CSP লুণ্ঠন। অভিযোগ বহু দৰিদ্ৰ লোকৰ ধন আত্মসাতৰ। গোলাঘাট জিলা উপায়ুক্তক অভিযোগ...
चीनी कार कंपनी ने बनाई Land Cruiser LC300 की कॉपीकैट, सोशल मीडिया पर वीडियो वायरल
चीन का एक वीडियो हाल ही में सोशल मीडिया पर वायरल हो रहा है जिसमें टोयोटा की पॉपुलर कार Land...
અમરેલીના શ્યાન ટુર્સ એન્ડ ટ્રાવેલ્સ નામની દુકાનમાથી ભારતીય બનાવટનો વિદેશી દારૂ ઝડપાયો.
અમરેલી ટાઉનમા જીલ્લા પંચાયત રોડ સરદાર શોપીંગ સેન્ટરમા આવેલ, "શ્યાન ટુર્સ એન્ડ ટ્રાવેલ્સ" નામની...
Chunav Express: CM फेस पर क्या बोली Sirohi की जनता ? CM Ashok Gehlot | Vasundhara Raje | Congress
Chunav Express: CM फेस पर क्या बोली Sirohi की जनता ? CM Ashok Gehlot | Vasundhara Raje | Congress
Top Headlines of the Day: SC Verdict on Uddhav vs Shinde | SC Verdict on Kejriwal Govt vs LG
Top Headlines of the Day: SC Verdict on Uddhav vs Shinde | SC Verdict on Kejriwal Govt vs LG