গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটি দৰং ৰ উদ্যোগত চলিত অক্টোবৰ মাহত ১৩ দিনীয়া 'কৃষি উদ্যমী ' আৰু ১০ দিনীয়া 'গাহৰি পালন 'ৰ প্ৰশিক্ষণ দৰং জিলাৰ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ আগ্ৰহী ব্যক্তি ৰ বাবে অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ১নং বেজপাৰা স্হিত চৌহদত তদুপলক্ষে অহা ১৫ অক্টোবৰ, শনিবাৰে ৰাতিপুৱা ১০.৩০বজাৰ পৰা প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছে । সবিশেষ তথ্য প্ৰকাশেৰে জাননী যোগে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে প্ৰচাৰ কৰিছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોલ્ટન ખાતે મેયર દ્વારા એવોર્ડ સહિત સન્માન કરાયુ
*બળદીયાના રહેવાશીને બોલ્ટનમાં (યુકે) સામાજિક આગેવાનને મેયરશ્રી દ્વારા એવાર્ડ સહિત સન્માન...
AAJTAK 2 | ATISHI का आरोप, गर्मी में बिना कूलर के काल कोठरी में DELHI CM ! | AT2
AAJTAK 2 | ATISHI का आरोप, गर्मी में बिना कूलर के काल कोठरी में DELHI CM ! | AT2
હિંમતનગર ટાવર ચોકમાં નવરાત્રી મેળાનો પ્રારંભ
(રાહુલ પ્રજાપતિ)
સાબરકાંઠા જિલ્લામાં મહિલાઓના સશક્તિકરણ હેતુ ગ્રામ વિકાસ વિભાગ ધ્વારા ગુજરાત...