গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটি দৰং ৰ উদ্যোগত চলিত অক্টোবৰ মাহত ১৩ দিনীয়া 'কৃষি উদ্যমী ' আৰু ১০ দিনীয়া 'গাহৰি পালন 'ৰ প্ৰশিক্ষণ দৰং জিলাৰ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ আগ্ৰহী ব্যক্তি ৰ বাবে অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ১নং বেজপাৰা স্হিত চৌহদত তদুপলক্ষে অহা ১৫ অক্টোবৰ, শনিবাৰে ৰাতিপুৱা ১০.৩০বজাৰ পৰা প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছে । সবিশেষ তথ্য প্ৰকাশেৰে জাননী যোগে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে প্ৰচাৰ কৰিছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী, ভীমকান্ত বৰগোঁহাই বিয়োগ
বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ ,সদৌ কেৱল কাল সংহতি সংঘৰ আজীৱন সভ্য, পশ্চিম ঘিলামৰা যুৱক সংঘৰ...
મતીરાળા જીલ્લા પંચાયત ના સદસ્ય ભરત સુતરીયા એ આપી અમરેલી મેટ્રો ન્યુઝ ચેનલ ને શુભકામનાઓ
મતીરાળા જીલ્લા પંચાયત ના સદસ્ય ભરત સુતરીયા એ આપી અમરેલી મેટ્રો ન્યુઝ ચેનલ ને શુભકામનાઓ
કાંકરેજ માં મોદીએ શું કહ્યું..?
વડાપ્રધાન મોદીએ બનાસકાંઠાના કાંકરેજમાં સભા સંબોધન કરતા કહ્યું કે, પ્રથમ તબક્કામાં જનતાએ...
#GirSomnath | વેરાવળ ના ગામડાઓમાં વરસાદની ધમાકેદાર એન્ટ્રી | Divyang News
#GirSomnath | વેરાવળ ના ગામડાઓમાં વરસાદની ધમાકેદાર એન્ટ્રી | Divyang News
ઉપલેટાની કોટેજ હોસ્પિટલ ખાતે મોકડ્રીલ યોજાઈ | SatyaNirbhay News Channel
ઉપલેટાની કોટેજ હોસ્પિટલ ખાતે મોકડ્રીલ યોજાઈ | SatyaNirbhay News Channel