অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু সম্পত্তিৰ ওপৰত জাৰি কৰা অতিৰিক্ত কৰৰ বোজা হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে সংগঠনটোৰ জিলা সমিতি সমূহে। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো সোণাৰিত বিক্ষোভ কাৰ্যসূচী পালন কৰি অতি শীঘ্ৰে বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য অনুপ জ্যোতি ভূঞাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनारी महाविद्यालय स्वर्ण जयंती समापन समारोह
सोनारी महाविद्यालय स्वर्ण जयंती समापन समारोह के दितीय दिन पूर्व व वर्तमान शिक्षा नीति पर विचार...
ડીસા માં ખોદકામ કરતા દિવાલ ધસી પડતા મજૂર દટાયો..
ડીસા માં ખોદકામ કરતા દિવાલ ધસી પડતા મજૂર દટાયો..
:মৰাণৰ তিলৈনগৰত ভাওনাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান ভাগৱত শোভাযাত্ৰাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
মৰাণৰ তিলৈনগৰৰ ঐতিহ্যমণ্ডিত বাৰ্ষিক ভাওনাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷...
Loksabha Election 2024: Gujarat के Gandhinagar से केंद्रीय गृह मंत्री Amit Shah ने भरा नामांकन | BJP
Loksabha Election 2024: Gujarat के Gandhinagar से केंद्रीय गृह मंत्री Amit Shah ने भरा नामांकन | BJP
#aashanewsgujarati ડભોઇ તાલુકાના AAP ના ઉમેદવાર દ્વારા સરકાર સમારંભ કાર્યક્રમ
#aashanewsgujarati ડભોઇ તાલુકાના AAP ના ઉમેદવાર દ્વારા સરકાર સમારંભ કાર્યક્રમ