অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু সম্পত্তিৰ ওপৰত জাৰি কৰা অতিৰিক্ত কৰৰ বোজা হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে সংগঠনটোৰ জিলা সমিতি সমূহে। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো সোণাৰিত বিক্ষোভ কাৰ্যসূচী পালন কৰি অতি শীঘ্ৰে বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য অনুপ জ্যোতি ভূঞাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডবকাৰ চাংমাজি অস্থায়ী শিবিৰত কৃত্ৰিম বানত ককবকাইছে উচ্ছেদিত লোকসকলে
DOBOKA ARITIFIAL FLOOD IN REFUGUE CAMP
GRAND LAUNCH BOLAS DRY FRUITS AND NUTS SHOP
GRAND LAUNCH BOLAS DRY FRUITS AND NUTS SHOP
ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত ৰাজহুৱা সভা সম্পন্ন
ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত ৰাজহুৱা সভা সম্পন্ন
India vs Australia T20 series: मैच देखने की कर रहे हैं तैयारी तो Jio और Airtel के ये प्लान है बेस्ट, दनादन चलेगा आपका इंटरनेट
भारत और ऑस्ट्रेलिया के बीच चल रही T20 सीरीज एक खास मोड पर है जिसमें पहले मैच को जीत कर इंडिया...