মানকাচৰত পুত্ৰ সহ এগৰাকী মহিলা নিৰুদ্দেশ।

মানকাচৰ থানাৰ অন্তৰ্গত ঝওঁডাংগা গাঁৱৰ জহুৰুল ইছলামৰ জীয়ৰী জুমি খাতুন (২২)বছৰ আৰু তেওঁৰ পুত্ৰ জুমন মিয়া(২ )বছৰ বিগত ১মাহ ধৰি নিৰুদ্দেশ হৈ আছে ।  নিজগৃহৰ পৰা নিৰুদ্দেশ হৈ আছে । পিছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত সন্ধান কৰে যদিও এতিয়ালৈকে মহিলাৰ গৰাকী আৰু তেওঁৰ পুত্ৰ জুমনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।যদি কোনো সদাশয় ব্যক্তিয়ে উক্ত  মহিলা আৰু তেওঁৰ পুত্ৰৰ  সম্বেদ লাভ কৰে তেন্তে  নম্বৰত ৯৭০৭৭১৩২০০ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।