অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত নিজ চপাই শাখা সমিতি খন গঠন কৰা হয় । যুৱনেতা কুশল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাহুল চহৰীয়াক সভাপতি, কুশল বৰাক উপ-সভাপতি, বিপুল ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৩ জনীয়া নিজ চপাই শাখা সমিতি গঠন কৰা হয়। সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দৰং জিলা সমিতিৰ সমাজ সেৱা বিভাগৰ সম্পাদক ত্ৰৈলোক্য শৰ্মা, সাংগঠনিক সম্পাদক নাৰায়ণ ডেকা, কাৰ্যনিৰ্বাহক সদস্য দিনেশ বনিয়া, পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকা আৰু সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনটিয়া আহঁতগুৰি বিদ্যালয়ৰ সাত শিক্ষাৰ্থীলৈ ৰাষ্ট্ৰীয় জলপানী
নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত তিনটিয়া আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭ গৰাকী...
Bilawal is an ISI spokesman: Chugh
Chandigarh: Taking strong exception to the observations made by Bilawal Bhutto in New...
વાવ માંથી છેલ્લા એક વર્ષથી નાસ્તા ફરતા આરોપીને ઝડપી પાડ્યો
પાલનપુર એલસીબી પોલીસે વાવ માંથી નાશતા ફરતા આરોપીને ઝડપી પડયો છે આ આરોપી છેલ્લા એક વર્ષથી પોલીસ થી...
રાજુલાના ધારાસભ્ય અંબરીષ ડેર દ્વારા ઉર્જા મંત્રીને પત્ર લખી વીજ જોડાણ આપવા રજૂઆત કરવામાં આવી
રાજુલા જાફરાબાદ ખાંભામાં વાવાઝોડામાં નુકશાન થયેલ સૌર ઊર્જા સંચાલિત પંપસેટને નવા ખેતીવાડી વીજ...