অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত নিজ চপাই শাখা সমিতি খন গঠন কৰা হয় । যুৱনেতা কুশল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাহুল চহৰীয়াক সভাপতি, কুশল বৰাক উপ-সভাপতি, বিপুল ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৩ জনীয়া নিজ চপাই শাখা সমিতি গঠন কৰা হয়। সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দৰং জিলা সমিতিৰ সমাজ সেৱা বিভাগৰ সম্পাদক ত্ৰৈলোক্য শৰ্মা, সাংগঠনিক সম্পাদক নাৰায়ণ ডেকা, কাৰ্যনিৰ্বাহক সদস্য দিনেশ বনিয়া, পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকা আৰু সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত HIV ক লৈ সজাগতা সভা
মাজুলীত HIV ক লৈ সজাগতা সভা : গড়মূৰ জিলা কাৰাগাৰত স্বাস্থ্য সজাগতা অনুষ্ঠান...
વઢવાણ માં પી ટી ટીચર તરીકે ફરજ બજાવતા શ્રી લાછું બેન પરમારની " બેટી બચાવો બેટી પઢાઓ " કાર્યક્રમના બ્રાન્ડ એમ્બેસેડર તરીકે નિયુક્તિ કરાઈ
આંતરરાષ્ટ્રીય કક્ષાએ મેડલ મેળવી સુરેન્દ્રનગર જિલ્લાનું નામ રોશન કરતા મહિલા રમતવીર શ્રી લાછું બેન...
তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন #news24update #news #views #news #views
তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন #news24update #news #views #news #views
રાધનપુર : દહેગામ ખાતે ફોટા પ્રાણ પ્રતિષ્ઠા મહોત્સવ યોજાયો | SatyaNirbhay News Channel
રાધનપુર : દહેગામ ખાતે ફોટા પ્રાણ પ્રતિષ્ઠા મહોત્સવ યોજાયો | SatyaNirbhay News Channel