অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ দ্বাৰা পৰিচালিত ৩৪তম বৰ্ষৰ বিংশতিতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন অহা ১৬ অক্টোবৰ আবেলি ২-৩০ বজাত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ(বৰখালা)ত অনুষ্ঠিত হৱ৷খেলখন উদ্বোধন কৰিব প্ৰবীন ভলীবল সন্থা,অসমৰ সভাপতি নৃপেন দাসে৷উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷আনহাতে উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়াবিদ,ক্ৰীড়া সংগঠক,সামাজিক ব্যক্তি,সাংবাদিকক সন্মানীয় অতিথি হিচাবে আমন্ত্ৰণ জনাইছে৷খেলত অংশগ্ৰহণ কৰিব মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা(মাছা)আৰু গোৰেশ্বৰ টাউন ক্লাৱে৷খেলত সমূহ ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નામણ પ્રાથમિક શાળામાં કાર્યક્રમ
બોરસદ તાલુકાના નામણ ગામે આવેલી પ્રાથમિક શાળામાં બાંધવામાં આવેલી જલધારાનું આજે પેટલાદ વિધાનસભાના...
બગસરા મામલતદાર કચેરી ખાતે દલિત સમાજે સુરાણા ગામે વિદ્યાર્થીનું મોત નીપજતા આવેદનપત્ર આપ્યુ
બગસરા મામલતદાર કચેરી ખાતે દલિત સમાજે સુરાણા ગામે વિદ્યાર્થીનું મોત નીપજતા આવેદનપત્ર આપ્યુ
Alia Bhatt's sister Shaheen looks just like her in new pics, actor gushes over her new look
Shaheen Bhatt had recently posted a couple of pictures on her Instagram with the caption, "Once...
સર્વ શ્રેષ્ઠ સેવા ને પ્રોહત્સહત કરવાં માટે રાષ્ટ્રીય કક્ષા નો એવોર્ડ સન્માનિત પ્રોગ્રામ કરવાં માં આવ્યો
બનાસકાંઠા જિલ્લાના વતની વલસાડ જીલ્લા માં ફરજ બજાવતા 108 એમ્બ્યુલન્સ માં ઈ એમ ટી પ્રવીણ વાનોલ જે...