বিশ্বনাথত সংঘটিত হল দিনৰ পোহৰতে চুৰি কাণ্ড।ঘৰত মানুহ নথকা সুযোগ লৈ ঘৰৰ তলা ভাঙি চুৰে নিলে নগদ আঢ়ৈ লাখ টকা।উল্লেখ্য যে আজি বিশ্বনাথৰ পেটেলিবাৰি গাঁৱৰ তপন বৰা নামৰ লোকজনৰ ঘৰত কোনো নথকা সময়তে চোৰে ঘৰৰ তলা ভাঙি লৈ গল নগদ আঢ়ৈ লাখ টকা।ঘৰখনত বহু সোনৰ সামগ্ৰী আছিল যদিও চুৰে কোনো সোনৰ সামগ্ৰী চোৰ নকৰি কেৱল নগদ আঢ়ৈ লাখ টকা চোৰ কৰি নিয়া ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।চোৰৰ দলটোয়ে ঘৰখনৰ ভিতৰতো বহু সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে ফ্ৰীজৰ পৰা উলিয়াই খালে আপেল। তপন বৰাৰ আত্মীয়ই ঘৰখনৰ তলা ভঙা দেখি গৃহস্থক খবৰ দিয়ে আৰু গৃহস্থই ঘৰখনত উভতি আহি দেখা পাই চোৰে সংঘটিত কৰা এই ঘটনা।কেবল তপন বৰাৰ ঘৰতে নহয়,চুৰি কাণ্ড সংঘটিত কৰা দলটোয়ে তপন বৰাৰ ভাতৃ স্বপন বৰাৰ ঘৰতো তলা ভাঙি ঘৰ খনত প্ৰবেশ কৰে যদিও ৰহস্যজনক ভাবে কোনো সামগ্ৰী চোৰে নকৰিলে স্বপন বৰাৰ ঘৰখনৰ পৰা।ইতিমধ্যে ভূক্তভোগীয়ে এই সন্দৰ্ভ ত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষী এই চোৰি কাণ্ডৰ লগত জড়িত লোকক কাৰায়ত্ত কৰিবলৈ সক্ষম হয় নে নহয়।সেইহে লক্ষ্যণীয় হব।আনহাতে এই অঞ্চলত পূৰ্বেও এনে চোৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব দিছে ভোক্তভোগীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गौ सेवा महिला मंडल की महिलओं ने गायों को गुड खिलाकर की गौ-सवामणि
बछ बारस पर श्री दामोदर गौ सेवा महिला मंडल ने गायों को गुड खिलाकर गौ- सवामणि का आयोजन किया। गौशाला...
મહુવા શેઠ એમ એન હાઇસ્કૂલ ખાતે વિકલાંગ અને અસ્થિર યુવકે મતદાન કરીને એક ઉદાહરણ પૂરું પાડ્યું
મહુવા શેઠ એમ એન હાઇસ્કૂલ ખાતે વિકલાંગ અને અસ્થિર યુવકે મતદાન કરિન ને એક ઉદાહરણ પૂરું પાડ્યું
ભાજપ નેતાગાયક વિજય સુવાળાનો પાવર વધ્યો,ટ્રાફિક પોલીસે ગાડી રોકતા કોન્સ્ટેબલને વિજય સુવાળાએ આપી ધમકી
ભાજપ નેતાગાયક વિજય સુવાળાનો પાવર વધ્યો,ટ્રાફિક પોલીસે ગાડી રોકતા કોન્સ્ટેબલને વિજય સુવાળાએ આપી ધમકી
How To Increse Mileage? | अपनी कार का माइलेज कैसे बढ़ाएं, इन जरूरी टिप्स को अपनाएं | Car safety Tips
How To Increse Mileage? | अपनी कार का माइलेज कैसे बढ़ाएं, इन जरूरी टिप्स को अपनाएं | Car safety Tips
Jharkhand Board Result: किसी भी वक्त जारी होगा झारखंड बोर्ड का रिजल्ट,ऐसे करें चेक|10th-12th Result
Jharkhand Board Result: किसी भी वक्त जारी होगा झारखंड बोर्ड का रिजल्ट,ऐसे करें चेक|10th-12th Result