মৰাণৰ নতুন নগৰস্থিত HP তেল ডিপোত ডকাইটিৰ অপচেষ্টা । নিশা তেল ডিপোৰ কৰ্মচাৰীক মাৰপিট কৰি মোবাইল কাঢ়ি নিবলৈ চেষ্টা । সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে CCTV কেমেৰাত । শনিবাৰে নিশা প্ৰায় ১২ বজাত এখন গাড়ীৰে তেল ডিপোলৈ তেল ভৰাবলৈ আহে তিনিজন যুৱক । তেল ভৰোৱাৰ পিছত তেল কম দিয়াৰ অভিযোগ তুলি তেল ডিপোৰ কৰ্মচাৰীক মাৰপিট কৰে । এজন যুৱকে কৰ্মচাৰী এজনৰ সৈতে হতাহতিত লিপ্ত হৈ মোবাইলো কাঢ়ি লয় । উপায়হীন হৈ মৰাণ আৰক্ষী থানাত ফোন কৰাত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় মৰাণ আৰক্ষী বিষয়া পংকজ উপাধ্যায় । সম্প্ৰতি আৰক্ষীয়ে যুৱক তিনিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Look At Elon Musk's Robot #Reis
Look At Elon Musk's Robot #Reis
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত মৰাণত প্ৰতিবাদী কাৰ্যসূচী ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে । ...
माननीय प्रधानमंत्री ने असारवा से 31 अक्टूबर, 2022 को नव गेज परिवर्तित असारवा-हिम्मतनगर-उदयपुर तथा लुणीधार-जेतलसर खंड को किया राष्ट्र को समर्पित
माननीय प्रधानमंत्री ने असारवा रेलवे स्टेशन से असारवा-उदयपुर एक्सप्रेस की उदघाटक सेवा को
...
પાલનપુરના માઈભક્ત દ્વારા રૂ.52,50,000 ના સોનાનું દાન અપાયું
અંબાજી મેળાની ગડીઓ ગાણાઈ રહી છે ત્યાં તો આજે એક માઈ ભક્તે 52 લાખનું સોનાના બિસ્કીટ નું ડેન કર્યું...
ભીલડીમાં પ્રેમીએ ફોટા વાયરલ કરવાની ધમકી આપતાં સગીરાએ એસિડ પી લેતાં ચકચાર
ભીલડી પંથકની સગીરાને બાજુમાં રહેતા યુવક સાથે પ્રેમ થયો હતો. જેઓ મોબાઇલમાં ચેટ કરતાં હતા. દરમિયાન...