মৰিগাওঁ জিলাৰ গছৰগুৰিৰ ১৯৭৬ চনতে প্ৰয়াত ৰাজেন ডেকা,অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক টংকেশ্বৰ ডেকাৰ লগতে গাওঁবাসীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বসুন্ধৰা নামৰ সামাজিক বনাঞ্চল খনত আজি পুনৰ গছৰগুৰি শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰই বৃক্ষৰোপনৰ কায্যসুচী হাতত লয়। "এক বৃক্ষ দশ পুত্ৰ সম" শীৰ্ষক এই কায্যসূচীত অংশগ্ৰহন কৰে মৰিগাঁৱৰ উপ বনবিষয়া মহেশ নাথৰ লগতে অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জয়ন্ত কুমাৰ ডেকা, গাওঁপ্ৰধান প্ৰফুল্ল ডেকা, গাঁও উন্নয়ন সমিতিৰ সম্পাদক তথা গাওঁৰক্ষী বাহিনীৰ সভাপতি ভুবনেশ্বৰ ডেকা, গছৰগুৰি ৰাস উদযাপন সমিতিৰ সভাপতি চচিন্দ্ৰ বৰাৰ লগতে গাঁৱৰ যথেষ্ট সংখ্যক পুৰষ মহিলাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাইজৰ দলত যোগ দান
ডিব্ৰুগড়ত অনুষ্ঠিতত ৰাইজৰ দলৰ এক যোগদান কাৰ্য্যসূচীত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙেৰী...
Tata Harrier EV 4×4 साल 2024 में होगी लॉन्च, इन फीचर्स और स्पेसिफिकेशन के साथ एंट्री मारेगी ये ऑफरोडर ईवी
देश की सबसे बड़ी इलेक्ट्रिक कार निर्माता कंपनी Tata Motors की ओर से जल्द ही भारतीय बाजार में...
एक से दो महीने में मिल सकती है FAME-3 योजना को मंजूरी, केंद्रीय भारी उद्योग मंत्री कुमारस्वामी ने दी जानकारी
प्रदूषण को कम करने के लिए सरकार लंबे समय से इलेक्ट्रिक वाहनों को बढ़ावा देने की कोशिश कर रही है।...
मुलायम सिंह यादव के जल्द स्वस्थ होने की कामना को लेकर दुआओं वा प्रार्थना का सिलसिला जारी
गोरखपुर / समाजवादी पार्टी के संस्थापक मुलायम सिंह यादव नेताजी की तबीयत ख़राब होने के कारण...