মাৰ্ঘেৰিটা মহকুমাৰ বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়ত ৰ অন্তর্গত তিনিহুতি গাঁও পঞ্চায়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।২০২১ চনৰ আগষ্ট মাহত ১নং আৰু ২নং তিনিহুটি গাঁও সামৰি আদৰ্শ গাঁও হিচাপে ঘোষনা কিৰ ৫কোটি অনুমোদন জনায়। প্ৰথম কিস্তি হিচাপে ৫০ লাখ টকা মুকলি কৰা হৈছিল। ৫০টকাৰে ১৩ লাখ টকাৰ এখন তোৰণ,২৬ লাখ টকাৰে দুটা পৰা প্ৰেক্ষাগৃহ,১০ লাখ ৫০, হেজাৰ তিনিটা চলাৰ ষ্ট্ৰিত লাইট নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় । গাঁৱৰ ৰাইজক অন্ধকাৰত ৰাখি একাংশ ৱাৰ্ড সদস্য,জে, পি,ৰ দলীয় কৰ্মী আৰু নিৰ্মান কমিটিৰ সদস্য লগ লাগি ধন আত্মহাত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে।৫০ লাখ টকাৰ ৭০ শতাংশ ধন উলিওৱাৰ পিছতো ২০ শতাংশ কাম সম্পূৰ্ণ হৈ নুঠিল এটা বছৰত।প্ৰশাসনৰ বিভাগীয় বিষয়া সকল আহি কাম সমূহ তদাৰক কৰি বিশেষ গাঁও সভাৰ জৰিয়তে ৰাইজৰ সন্মুখত অহা ১৫ আগষ্ট ৰ আগে আগে কাম সম্পূৰ্ণ কৰা নিৰ্দেশ দিয়ে নিৰ্মান কাৰি কেইজনক ।প্ৰশানৰ লোক অহাৰ খবৰ পাই সেইদিনাই নির্মাণ কাৰী সকলে বন্ধ কৰি ৰখা কামসমূহ ততা তেয়াকৈ আৰম্ভ কৰা দেখা যায় ।৫০ হেজাৰ টকাৰে নির্মাণ কৰা কেইদিনমান পাছতে প্ৰায় বোৰ লাইট ষ্ট্ৰিত বিকল হৈ পৰাৰ কথাও ৰাইজে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ বাবে আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા પોલીસવડાની સુચનાથી ડીસા દક્ષિણ પોલીસ દ્વારા હેલ્મેટ વિતરણ કરવામાં આવ્યા...
જિલ્લા પોલીસવડાની સુચનાથી ડીસા દક્ષિણ પોલીસ દ્વારા હેલ્મેટ વિતરણ કરવામાં આવ્યા...
US Share Market Fall Reasons | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Israel Hamas
US Share Market Fall Reasons | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Israel Hamas
আঠখেলীয়া নামঘৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে ভক্তৰ সমাগম।
আঠখেলীয়া নামঘৰত শ্ৰীকৃষ্ণ জন্মষ্টমী উপলক্ষে ভক্তৰ সমাগম।
બોટાદમાં ફટાકડા વેચાણ માટે લાયસન્સ વાળા સ્ટોલ ધારકોને મુશ્કેલી વધી...
બોટાદમાં ફટાકડા વેચાણ માટે લાયસન્સ વાળા સ્ટોલ ધારકોને મુશ્કેલી વધી...
ড্ৰাগছৰ বিৰুদ্ধে ডিগবৈত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰহাৰ: টাইপাৰ প্ৰতিক্ৰিয়া
ড্ৰাগছৰ বিৰুদ্ধে ডিগবৈত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে পহাৰ কৰা ঘটনাক মৰাণৰ টাইপাৰ প্ৰতিক্ৰিয়া