মৰাণৰ খোৱাং অঞ্চলত এতিয়া অচিন ৰোগত আক্ৰান্ত হৈছে শ শ ছাগলী ৷ বহু ছাগলী ইতিমধ্যে মৃত্যু মুখত পৰিছে । যাৰ বাবে এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাগলী পালকৰ মাজত ৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ বাম গাঁও ,হালধিবাৰী, কোঁৱৰ গাঁও, খোৱাং সোনোৱাল গাওঁ, বলাইকে ধৰি বহু কেইখন গাওঁত অচিন ৰোগৰ ফলত মৃত্যুমুখত পৰিছে বহু ছাগলী ৷ বৰ্তমানেও আক্ৰান্ত হৈ আছে কেইবাশ ছাগলী ৷ স্থানীয় ছাগলীৰ পালকসকলে জানিবলৈ দিয়া অনুসৰি অচিন ৰোগত আক্ৰান্ত হোৱাৰ ছাগলী সমূহ দুটা দিনৰ ভিতৰতে সংকটজনক হৈ পৰে আৰু মৃত্যু মুখত পৰে ৷ বৃহত্তৰ খোৱাংঅঞ্চলত এটা পশু চিকিৎসালয় আছে যদিও পশু চিকিৎসক নথকাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ছাগলী পালক সকলে অচিন ৰোগত আক্ৰান্ত হোৱা ছাগলী সমূহ চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই । উপায়হীন হৈ পৰিছে গাঁৱৰ ৰাইজ ৷ যিহেতু এই কৰ্ম কৰিয়ে পৰিয়াল পোহপাল দি আহিছে পশুপালক সকলে। কৃষিজীৱী লোক সকলে উপায়হীন হৈ নেদেখাজনৰ ওচৰত ধুপ-বন্তি জ্বলাই প্ৰাৰ্থনা কৰা বুলি জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बांद्रा हमसफर एक्सप्रेस 2 अगस्त तक अहमदाबाद-बांद्रा के बीच चलेगी
राजकोट मंडल के सुरेन्द्रनगर-राजकोट सेक्शन में स्थित थान स्टेशन पर डबल ट्रैक कार्य के चलते...
જાણો ! ખંભાતમાં ૫ : ૦૦ કલાક સુધીમાં કેટલું મતદાન નોંધાયું ?
ખંભાતમાં વિધાનસભાની ચૂંટણીને પગલે વહેલી સવારથી મતદાન કેન્દ્રો પર ખંભાતના મતદારોએ ખંભાતના ઉજ્જવળ...
हर रोग का दुश्मन हैं शरपुंखा,लीवर के लिए रामबाण औषधि
हर रोग का दुश्मन हैं शरपुंखा,लीवर के लिए रामबाण औषधि
હોદ્દેદાર સ્ત્રીઓ તેમજ કાર્યકર્તાઓ સાથે ગૃહ મંત્રી દ્વારા બેઠક યોજવામાં
વડોદરા જિલ્લાની કરજણ, પાદરા અને વાઘોડીયા વિધાનસભા તેમજ નર્મદાજિલ્લાની નાંદોદ બેઠકના હોદેદારશ્રીઓ...
स्पर्श कुष्ठ जागरुकता अभियान में आमजन को किया जा रहा जागरुक
जिले में 'स्पर्श कुष्ठ जागरुकता अभियान में निरंतर आमजन को कुष्ठ रोग के प्रति जागरूक किया जा रहा...