ডবকা আৰক্ষীৰ অভিযানত এটা কুখ্যাত প্ৰৱঞ্চক গ্ৰেপ্তাৰ । ধৃত প্ৰৱঞ্চকটোৰ নাম ছিৰাজুল হক । ডবকা আৰক্ষীয়ে নীলবাগানৰ মোবাৰক বস্তিৰ এটা ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধ...