মৰিয়নীত ৰে’লৰ খুন্দাত আহত হোৱা বন্যহস্তীৰ মৃত্য।
বন বিভাগৰ হেমাহিৰ বাবেই হাতীটোৱে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ। সময়মতে চিকিৎসা আগবঢ়াব নাছিল বন বিভাগে।
৪০ ঘন্টা ধৰি চিৎকাৰ কৰি নদীতে পৰি আছিল হাতীটো।