ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা । মেঘালয়ৰ বৰ্নিহাটৰ পৰা নিতৌ অসমৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাবে সৰবৰাহ হয় চোৰাং কয়লা। মঙ্গলবাৰে মৰিগাওঁ আৰক্ষীয়ে নগৰৰ মাজমজিয়াৰ শিব মন্দিৰৰ কাষৰ পৰা জব্দ কৰে এনে এখন অবৈধ কয়লা ভৰ্তি বাৰচকীয়া ট্ৰাক। NL 01 AG 1240 নম্বৰৰ ১২ চকীয়া ট্ৰাকখনত প্ৰায় ৩৮ টন চোৰাং কয়লা সৰবৰাহ কৰিছিল।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন সৰবৰাহকাৰী ক্ৰমে শিলচৰৰ নজৰুল ইছলাম ভুঞা আৰু বিল্লাল উদ্দিন তালুকদাৰৰ লগতে নেলীৰ আকবৰ আলী আৰু আমোল হকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ চেপনত চৰাইদেউ জিলা কৃষিবিভাগৰ জ্ঞানকেন্দ্ৰ নিৰ্মাণৰ আধাৰ শিলা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।
চৰাইদেউ জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেপনত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলা...
PM Modi Visit Brunei: ब्रुनेई के सुल्तान से मुलाकात के बाद क्या बोले PM Narendra Modi? | Aaj Tak
PM Modi Visit Brunei: ब्रुनेई के सुल्तान से मुलाकात के बाद क्या बोले PM Narendra Modi? | Aaj Tak
ભાવનગર શહેરમાં સ્વાઇન ફ્લુએ એક વ્યક્તિનો ભોગ લીધો
ભાવનગર શહેરમાં સ્વાઇન ફ્લુએ એક વ્યક્તિનો ભોગ લીધો
Future world: लंदन का ये म्यूज़ियम कैसे दिखा रहा है भविष्य की झलक(BBC Hindi)
Future world: लंदन का ये म्यूज़ियम कैसे दिखा रहा है भविष्य की झलक(BBC Hindi)