নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত আকনা গাঁৱৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মী সত্য ৰাজবংশী(৫৫)ৰ সোমবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যু হয়৷দীৰ্ঘদিন ধৰি এক জতিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷মৃত ৰাজবংশী বিজেপি বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ১৬৯ নং বুঠৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা আছিল৷তেওঁ গাওঁখনত বিজেপিৰ ভেটি শক্তিশালি কৰাত আহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷তেওঁ মৃত্যুত সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সভাপতি ডা°মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাকে ধৰি কেইবাজনো দলীয় বিষয়ববীয়াই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ખરડોસણ ગામે આઈ માતાના મંદીરે હવન યજ્ઞ યોજાયો || સબંધ ભારત ન્યૂઝ || 
 
                      ખરડોસણ ગામે આઈ માતાના મંદીરે હવન યજ્ઞ યોજાયો || સબંધ ભારત ન્યૂઝ ||
                  
   আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমুহ। 
 
 
                      আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমুহ। 
#thevoiceofchariduar #NewsUpdate
                  
   বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি স্বৱলম্বী হোৱাৰ দিশে মাজুলীৰ অৰ্ধ শতাধিক মহিলা ৷ 
 
                      বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি স্বৱলম্বী হোৱাৰ দিশে মাজুলীৰ অৰ্ধ শতাধিক মহিলা ৷ ৰাষ্ট্ৰীয় গ্ৰামিন জীৱিকা...
                  
   
  
  
  
   
  