আজাদী কা অমৃত মহোৎসৱ ক সংহতি ৰাখি আজি খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰম উদ্যোগত অনুষ্ঠিত হয় "যুৱ সম্মিলন " । খাৰুপেটীয়া অঞ্চলৰ বিভিন্ন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীযে অংশগ্ৰহণ কৰে যুৱ সম্মিলন ত । অনুষ্ঠান ত উপস্থিত থাকে গুৱাহাটীৰ ৰামকৃষ্ণ সেৱাশ্ৰম ৰ স্বামী বিক্ৰমানন্দ যি মহাৰাজ । কার্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে দৰং ৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা । দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্মিলন ত বিভিন্ন বিশিষ্ঠ অতিথিয়ে স্বামী বিবেকানন্দ ৰ ওপৰত ব্যক্তব্য দিয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Unique Marriage । दीड फुटाचा नवरदेव तर तीन फुटाची नवरी... पाहा व्हिडिओ । Hpn Marathi News
Unique Marriage । दीड फुटाचा नवरदेव तर तीन फुटाची नवरी... पाहा व्हिडिओ । Hpn Marathi News
দক্ষিণপাটত যোৰহাট মাজুলী সংযোগী দলঙৰ স্থলী পৰিদৰ্শন সমুজ্জ্বল কুমাৰ ভট্ৰাচাৰ্যৰ
আজি বিয়লি ভাগত আছুৰ কেন্দ্ৰীয় উপদেষ্টা সমূজ্বল কুমাৰ ভট্টাচাৰ্য যোৰহাট মাজুলী সংযোগী দলঙৰ...
बेनीवाल बोले-खींवसर हारे तो लिखा जाएगा RLP मिट गई:समर्थकों से कहा-15 दिन शांति रखो
खींवसर में उपचुनाव को लेकर राष्ट्रीय लोकतांत्रिक पार्टी के सांसद हनुमान बेनीवाल ने बड़ा बयान दिया...
છાંયાના યુવાનનું વડોદરાથી અપહરણ શારીરિક માનસિક ત્રાસ સાથે ઢોરમાર મરાયો હોવાના આક્ષેપ
છાંયાના યુવાનનું વડોદરાથી અપહરણ શારીરિક માનસિક ત્રાસ સાથે ઢોરમાર મરાયો હોવાના આક્ષેપ