চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম -অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই কথা জনালে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই। নামচাই চুক্তি অনুসৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই কথাও জনালে মন্ত্ৰী গৰাকীয়ে। আজি অনুষ্ঠিত হোৱা বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली: अलीपुर में गिरी गोदाम की दीवार, अब तक छह की मौत, कई लोगों के फंसे होने की आशंका
दिल्ली में एक बड़ा हादसा हो गया है। अलीपुर इलाके में एक निर्माणाधीन गोदाम की दीवार शुक्रवार को...
बँक खाते हॅक करणाऱ्या संशयिताच्या राजस्थानातून पोलीसांनी आवळल्या मुसक्या
रत्नागिरी /जिल्हा प्रतिनिधी
फेसबुकवर लकी ड्रॉ व्हिडिओची जाहिरात पाहून महिलेने कॉमेंट बॉक्समध्ये...
Kuch Kuch Hota Hai की स्क्रीनिंग पर पहुंचे Shahrukh Khan और Rani Mukherjee l Karan Johar
Kuch Kuch Hota Hai की स्क्रीनिंग पर पहुंचे Shahrukh Khan और Rani Mukherjee l Karan Johar
एलोवेरा जेल से भी ज्यादा फायदेमंद है Aloe Vera Oil, लगाने से बालों में आ जाएगी नई जान
एलोवेरा एक औषधीय गुणों से युक्त पौधा है, जिसमें एंटी ऑक्सीडेंट और एंटी बैक्टीरियल गुण पाया जाता...